• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মতে ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম, চিকিৎসকে কৈছিল জীয়াৰ থকাৰ সম্ভাৱনা ১ শতাংশতকৈও কম

জন্মৰ পিছত একেৰাহে ৯৪ দিন আই চি ইউত ৰখা হৈছিল কণমাণি শিৱণ্যক। যোৱা ২৩ আগষ্টত আই চি ইউৰ পৰা মুকলি কৰি দিয়া হৈছিল শিশুটিক। তেতিয়া শিশুটিৰ ওজন আছিল ২১৩০ গ্ৰাম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 2:43 pm
179
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৪ সপ্তাহত অকালতে জন্মগ্ৰহণ কৰা এটি শিশু। চিকিৎসকৰ মতে যাৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ১ শতাংশতকৈও কম। জন্মতে যাৰ ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম।

জীয়াই থকাৰ সম্ভাৱনা ০.৫ শতাংশক অতিক্ৰম কৰি এতিয়া লহপহকৈ বাঢ়ি আহিছে মহাৰাষ্ট্ৰৰ এটি দেৱ শিশু।

২০২২ চনৰ ২১ মে’ত জন্ম হৈছিল শিৱণ্যৰ। পুনেৰ সূৰ্য্য মাদাৰ এণ্ড চাইল্ড কেয়াৰ হাস্পতালৰ শিশুৰোগ বিশেষজ্ঞ শচীন শ্বাহে জনোৱা মতে, গৰ্ভাৱস্থা আৰু জন্মৰ সময়ত শিশুটিৰ ওজন অনুসৰি ভাৰতৰ ইতিহাসৰ আটাইতকৈ সৰু নৱজাতক।

জন্মৰ পিছত একেৰাহে ৯৪ দিন আই চি ইউত ৰখা হৈছিল কণমাণি শিৱণ্যক। যোৱা ২৩ আগষ্টত আই চি ইউৰ পৰা মুকলি কৰি দিয়া হৈছিল শিশুটিক। তেতিয়া শিশুটিৰ ওজন আছিল ২১৩০ গ্ৰাম।

চিকিৎসকৰ মতে, ৩৭ৰ পৰা ৪০ সপ্তাহৰ পিছত জন্ম লোৱাসকলৰ স্বাভাৱিক ওজন ২৫০০ গ্ৰাম বুলি ধৰা হয়। ফলত আই চি ইউৰ পৰা ডিচচাৰ্জ হোৱাৰ পিছত শিৱন্যাৰ অৱস্থা স্বাভাৱিক হৈ পৰে।

শিশুটিৰ পিতৃয়ে কয় যে জন্মৰ প্ৰায় ৭ মাহৰ পিছত কণমানি শিৱনীৰ ওজন প্ৰায় ৪.৫ কিলোগ্ৰাম হয়। এতিয়া মাক-দেউতাকৰ পৰা ডাক্তৰলৈকে সকলোৱে আশা দেখিছে কণমানি শিৱনীৰ যুঁজত।

শিশুটিৰ চিকিৎসক শচীন শ্বাহে দাবী কৰিছে যে ইমান সৰু নৱজাতকৰ জীৱন ৰক্ষাৰ এনে দৃষ্টান্তৰ ভাৰতত কেতিয়াও লিপিবদ্ধ হোৱা নাই।

চিকিৎসকৰ মতে, শিৱন্যাৰ এই ঘটনাই চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ লক্ষণ।

Recent News

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd