• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2025 9:08 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ ৫৫৫০ টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগে লগে বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীহে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ দাবী জনাইছে।

Apply Now

এই গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰাৰ লগতে সমাধানৰ পথ মুকলি কৰিবলৈ ডি ৱাই এফ আইয়ে শনিবাৰে মেইল যোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০ টা শিক্ষক পদৰ বাবে  ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। দীৰ্ঘ বিৰতিৰ পাছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পিছত বৃহৎ সংখ্যক পদৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ ফলত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰিছে। 

প্ৰাথমিকভাৱে পোৱা তথ্য আৰু বহু প্ৰাৰ্থীয়ে আমাৰ ওচৰৰ কৰা অভিযোগ অনুসৰি, – ২০২৪ চনত বিটিআৰত হৈ যোৱা প্ৰাথমিক শিক্ষক পদত (LP-UP) নিযুক্তি লাভ কৰি চাকৰি পোৱা  দুই শতাধিক (২০০-৩০০) প্ৰাৰ্থীৰো নাম DEE য়ে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত সন্নিবিষ্ট হোৱা পৰিলক্ষিত হৈছে।

দ্বিতীয়তে বিটিআৰ’ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক (GT, PGT) ত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নামো ১০ তাৰিখে প্ৰকাশ কৰা মেধা তালিকাত সন্নিবিষ্ট হৈ আছে।

তৃতীয়তে  DSE ৰ অধীনত ১০ অক্টোবৰত হ’বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ (GT, PGT) পদৰ বাবে বাছনিকৃত হোৱা বহুত সংখ্যক প্ৰাৰ্থীৰ নামো প্ৰাথমিক শিক্ষক পদৰ প্ৰথম মেধা তালিকাত সন্নিবিষ্ট হোৱা পৰিলক্ষিত হৈছে।

চতুৰ্থতে ২০২৪ চনত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বিশেষ উদ্যোগ গ্ৰহণ কৰি নিয়মীয়া কৰা হৈছিল যদিও এনে বহু শিক্ষক পুনৰ ৫৫৫০ টা খালী পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে।

ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে বহু সংখ্যক প্ৰাৰ্থীয়ে দুই/তিনিটা পদত নিযুক্তিৰ বাবে বাছনি হ’বলৈ সুযোগ লাভ কৰাৰ বিপৰীতে বহু সংখ্যকে নিযুক্তিৰ পৰা বঞ্চিত হ’ব; ফলস্বৰূপে বৃহৎ সংখ্যক খালী পদ পুনৰ খালী হৈ থাকিব। সেয়ে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনী পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰিছে। বিটিআৰ’ত নিযুক্তি লাভ কৰাৰ পিছত পুনৰ বিটিআৰ’ৰ বাহিৰলৈ গুচি আহিলে অঞ্চলটোৰ শৈক্ষিক সমস্যাই পুনৰ মূৰ দাঙি উঠিব।

ডি ৱাই এফ আইয়ে দাবী কৰিছে যে বিষয়টো অনুসন্ধান কৰি এটা পদৰ বিপৰীতে যাতে এজন প্ৰাৰ্থীয়ে বাছনি হয় তাৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যৰ অন্যপ্ৰান্তত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে সমপৰ্যায়ৰ পদতে পুনৰ যাতে বাছনিকৃত হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd