• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Benefits of Roses: প্ৰেমৰ প্ৰতীক গোলাপ ফুলৰ কি কি ঔষধি গুণ আছে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 23, 2022 5:47 pm
Benefits of Roses
338
VIEWS
Share on FacebookShare on Twitter

গোলাপ এবিধ সকলোৰে পৰিচিত ফুল। ইয়াৰ ঠাৰিবোৰ কাঁইটীয়া। বগা, ৰঙা, গোলাপীয়া আদি বিভিন্ন ৰঙৰ গোলাপ ফুল পোৱা যায়। গোলাপৰ সৌন্দর্যই সকলোকে মুগ্ধ কৰে কাৰণে ফুলৰ ৰাণীৰ আসন অধিকাৰ কৰিব পাৰিছে। গোলাপ ফুলে শৰীৰ শীতল কৰে আৰু শক্তি দিয়ে।

ফুলৰ ৰাণী গোলাপৰো কিছুমান ঔষধি গুণ আছে জানো আহক:

১)গোলাপ ফুলৰ ৰস উলিয়াই মৌৰে খালে অৰুচি দূৰ হয়।

২)সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগত গোলাপ ফুলৰ পাপৰি আৰু চুজি মিহলাই হালোৱা বনাই খুৱালে ৰোগ ভাল হয়।

৩)মহিলাৰ বন্ধ্যাত্বত গোলাপ ফুল ঘিউৰে মোহাৰি শুঙিলে বন্ধ্যাত্বত উপকাৰ পোৱা যায়। অৱশ্যে এনেদৰে বহু দিন একেৰাহে কৰিলেহে ফল পোৱা যায়।

Also read : Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

৪)গৰ্ভপাত হোৱা মহিলাই চফ গুটি ৫০-৬০ গ্রাম গুড়ি কৰি গোলাপ ফুলৰ শিপাৰ ৰস ১-২, চামুচ মিহলাই তাৰ লগত পানী মিহলাই কেইদিনমান খালে ভাল ফল পোৱা যায়।

৫)গোলাপ ফুলৰ পাপৰিৰ পৰা তৈয়াৰ কৰা গোলকন্দই শৰীৰলৈ শীতলতা আনে আৰু ই পুষ্টিকৰো।

৬)গোলাপ ফুলে পাচন শক্তি বৃদ্ধি কৰে। বাত, পিত্ত আদি ৰোগতো গোলাপ ফুলৰ পাপৰি শুকুৱাই মৌৰে সিজাই খালে উপকাৰ পোৱা যায়।

৭)গোলাপৰ পাপৰি পানীত তিয়াই সেই পানীৰে মুখ মোহাৰিলে ছাল কোমল আৰু সজীৱ হয় লগতে ওঁঠত লগালেও একেই ফল পোৱা যায়।

৮)গোলাপৰ পাপৰিৰ ৰসে বীর্য বঢ়ায় আৰু তেজ পৰিস্কাৰ কৰে।

Also read : Benefits of Starfruit: কৰ্দৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ; আহকচোন জানো কৰ্দৈৰ উপকাৰিতা সমূহ

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd