• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Benefits of Starfruit: কৰ্দৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ; আহকচোন জানো কৰ্দৈৰ উপকাৰিতা সমূহ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 25, 2022 3:14 pm
136
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্দৈ টেঙা যাক Star fruit আৰু বৈজ্ঞানিক ভাবে Averrhoa carambola বুলিও কোৱা হয়। ইয়াৰ কেলৰি কম থাকে কিন্তু যথেষ্ট ভিটামিন, খনিজ দ্রব্য এন্টী অক্সিডেন্ট আদি দেহ গঠনকাৰী, দেহৰ ৰোগ নিৰ্মূল কৰিব পৰা পোষক দ্রব্য উপলব্ধ।

পোষক দ্ৰব্যৰ ভিতৰত ফাইবাৰ, প্ৰটিন, ভিটামিন C, ভিটামিন B5, কেলচিয়াম, চডিয়াম, ফলেত, পটাচিয়াম আৰু মেগনেছিয়াম প্রধান।

Apply Now

গ্ৰাম্য জীৱনত কৰ্দৈ অতি জনপ্ৰিয় টেঙা হিচাপে খোৱা হয়। নিমখ জলকীয়া সানি কেঁচাই খোৱাৰ উপৰি বহুতেই ইয়াৰ ৰান্ধিও খায়।

ইয়াৰ উপকাৰীতা সমূহ জানো আহক:-

১) যথেষ্ট ফাইবাৰ সমৃদ্ধিশালী হোৱা হেতুকে দেহত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত থকা ফাইবাৰ সমূহে দেহৰ toxicity হ্ৰাস কৰে যাৰ বাবেই কেঞ্চাৰৰ আশংকা হ্রাস হয়।

২) ছালৰ ৰোগ চৰাইছিছ আৰু দাৰমাতাইটিছ প্ৰসমনৰ বাবে উপকাৰী। কৰ্দৈত থকা উচ্চগুণমানৰ এন্টী- অক্সিডেন্টৰ বাবে এই লাভ পোৱা যায়।

Also Read: Benefits of coconut water গৰমৰ দিনত নাৰিকল পানী খাঁওক আৰু ভালে ৰাখক স্বাস্থ্য

৩) এই ফলত চৰ্বী প্ৰায় শূণ্য কিন্তু ফাইবাৰ সৰহ পৰিমানে থাকে লগতে এই ফল সেৱন কৰিলে শৰীৰৰ বিপাকীয় কাৰ্য্য ক্ষিপ্ৰত্যৰ হয় ফলত দেহৰ অতি মেদবহুলতা নিয়ন্ত্রণ হয় ইয়াক গ্ৰহণ কৰিলে।

৪) এই ফলত থকা ভিটামিন C আৰু এন্টী অক্সিডেন্ট সমূহে তেজৰ শ্বেতক্তকণিকা গঠনত সহায়ক হব পাৰে যাৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হব ।

৫) এই ফলৰ ইনফ্লেমেটৰি গুণ আছে যাৰ বাবে ডিঙিৰ খুচখচনী দূৰ কৰা, হাওফাঁওৰ কফ নিঃসৰণ কৰাত সহায় কৰে।

৬) এই ফলৰ চড়িয়াম, পটাচিয়াম এ তেজৰ ইলেক্ট্রলাইটৰ স্থিতি সমতুল কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰিব পাৰে ফলত দেহত ৰক্ত সঞ্চালন সমতুল হৈ থাকিব। লগতে এই ফলৰ কেলচিয়ামে ৰক্ত পৰিবাঁহী শিৰা ধমনীৰ tension ৰোধ কৰি হাৰ্ট এটাকৰ শংকা দূৰ কৰিব।

৭) কোষ্ঠ্য কাঠিন্য সমস্যা, ডিচেম্বী আদিতো এই ফল খোৱা উপকাৰী।

কিন্তু কৰ্দৈ টেঙা খাওঁতে সাৱধান হওক বৃক্ক ৰোগত কৰদৈ টেঙা অপকাৰী

বৃক্ক ৰোগত আক্ৰান্ত লোকে এই ফল সেৱন কৰা অপকাৰী। লগতে এই তথ্যও প্রকাশ পাইছে যে এই ফলত এবিধ বিষাক্ত দ্রব্য ‘নিউটক্সিন’ যাৰ নাম কাৰাম্বন্ধিন ( caramboxin) উপলব্ধ যিয়ে মগজু আৰু স্নায়ুৰ সমস্যা সৃষ্টি কৰিব পাৰে। কিন্তু কিডনী ভালে থকা লোকে এই ফল সেৱন কৰিলেও এই ‘নিউটক্সিন’ পেচাবৰ সৈতে নিঃসৰণ হয়।

Also Read: Benifits of Watermelon: তৰমুজৰ আকাৰৰ দৰেই আছে গুণাগুণৰো ভাণ্ডাৰ; জানো আহক ইয়াৰ উপকাৰীতাৰ বিষয়ে

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd