• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Benefits of coconut water গৰমৰ দিনত নাৰিকল পানী খাঁওক আৰু ভালে ৰাখক স্বাস্থ্য

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 15, 2022 11:36 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

benefits of coconut water গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ পানীয় গ্ৰহণ কৰাৰ প্ৰৱণতাও বাঢ়ি যায়। পিয়াহ দূৰ কৰাৰ উদ্দেশ্যে বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ ৰঙীণ ৰঙা, নীলা, হালধীয়া শীতল পানীয়বোৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়।

কিন্তু এই কৃত্ৰিম পানীয় বোৰৰ দ্বাৰা পিয়াহ গুচিলেও ই শৰীৰটোক বেচিকৈ অপকাৰহে কৰে।

ডাব নাৰিকলৰ পানী প্ৰকৃতিগতভাৱে লাভ কৰা এবিধ উত্তম পানীয়। গৰমৰ দিনত স্বাস্থ্য ভালে ৰাখিবৰ বাবে ডাবৰ পানী অতি উপকাৰী। কঠিন আৱৰণৰ ভিতৰত থকা এই পানীটুপি কোনো কাৰণতে বজাৰৰ শীতল পানীয়ৰ লগত তুলনা নহয়।

Apply Now

ডাব নাৰিকলৰ পানীৰ স্বাস্থ্য ক্ষেত্ৰত বহুতো উপকাৰিতা আছে:-

গৰমৰ দিনত শৰীৰৰ ডিহাইড্ৰেশ্যন দূৰ কৰাৰ বাবে ডাব নাৰিকলৰ পানী পান কৰিলে ভাল ফল পোৱা যায়।

ডাবৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

বেক্টেৰিয়েল তথা ভাইৰেলজনিত ৰোগৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত এই পানী অতি উপকাৰী ।

Also read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

এই পানী নিয়মিতভাৱে সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয়, মুখৰ উজ্বলতা বৃদ্ধি পায় আৰু দেহত ঘামচি নহয়।

ডাব নাৰিকলৰ পানীয়ে বুকু জ্বলা পুৰা কৰা বা এচিডিটি আদিত সকাহ দিয়াৰ উপৰিও হজম শক্তি বৃদ্ধি কৰে। আনহাতে, গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰিলে স্বাস্থ্যৰ পক্ষে সহায়ক হয়।

কোষ্ঠকাঠিন্য, গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি, সঘনাই বমি হৈ থকা আদি সমস্যাবোৰৰ ক্ষেত্ৰত ডাব নাৰিকলৰ পানী অতি উপকাৰী।

মানুহৰ কিডনি দুটাকো এই নাৰিকলৰ পানীয়ে ভিন্ন ৰোগৰ পৰা নিৰাপদে ৰাখিব পাৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মিনাৰেল,পটাচিয়াম আৰু মেগনেছিয়াম থাকে।

লগতে ই বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰাও মানৱ দেহাটিক সুৰক্ষিত কৰে।

গ্ৰাম্য সমাজত ডাব নাৰিকলৰ পানী কলেৰা আৰু ডায়েৰীয়া ৰোগীৰ বাবে উত্তম পথ্য বুলি বিবেচিত হৈ আহিছে।

Also read : Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

বজাৰত পোৱা কৃত্ৰিম অতিৰিক্ত কেলৰি আৰু চেনিযুক্ত ছফ্ট  ড্ৰিংকচবোৰতকৈ প্ৰাকৃতিকভাৱে পোৱা ডাব নাৰিকলৰ পানী বহু পৰিমাণে উৎকৃষ্ট। কাৰণ ইয়াত থকা উপকাৰী উপাদান বোৰে মানুহৰ শৰীৰ ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।

Also read : Pets Care: ঘৰত পোহনীয়া জন্তু থাকিলে আপুনি কি ফুল বা উদ্ভিদ পৰিহাৰ কৰিব লাগে জানেনে?

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd