• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰমত শীতলাই ল’ব নেকি দেহাটি? জানি লওঁক বীয়েৰ খোৱাটো ভাল নে বেয়া।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 1:16 pm
13.5k
VIEWS
Share on FacebookShare on Twitter

হুইস্কী বা অন্যান্য মদৰ তুলনাত বীয়েৰত এলক’হলৰ পৰিমাণ কমকৈ থাকে। গৰমৰ দিনতো দূৰৰ কথা। ঠাণ্ডা দিনতো বীয়েৰত চুমুক দি বহুতে স্বস্তিৰ উশাহ লয়। কিন্তু বীয়েৰ খোৱাটো ভাল নে বেয়া? সঁচাকৈয়ে বীয়েৰ খালে শৰীৰৰ উন্নতি হয়নে?

শেহতীয়াকৈ পৰ্তুগালত এক নতুন অধ্যয়নত দাবী কৰা হৈছে যে বীয়েৰ পেটৰ আন্ত্ৰিক অংশৰ বাবে ভাল আৰু ইয়াৰ দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।

চেণ্টাৰ ফৰ ৰিচাৰ্চ ইন হেলথ টেকন’লজিছ এণ্ড চাৰ্ভিচেছৰ অধ্যয়নত প্ৰকাশ পাইছে যে বীয়েৰে আন্ত্ৰিক মাইক্ৰ’বায়’টাক গঢ় দিয়াত সহায় কৰে। এই মাইক্ৰ’বায়’টাই অতি সাধাৰণ দীৰ্ঘদিনীয়া ৰোগ যেনে মেদবহুলতা, ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই অধ্যয়ন অনুসৰি নিয়মিতভাৱে বীয়েৰ খালে অন্ত্ৰত জমা হোৱা বেয়া বেক্টেৰিয়াবোৰ বাহিৰ হৈ যায়। বীয়েৰ খালে শৰীৰত এবিধ এনজাইম উৎপন্ন হয়, যাৰ ফলত আন্ত্ৰিক অংশ সুস্থ হৈ থাকে।

এই অধ্যয়ন অনুসৰি বীয়েৰৰ এই উপকাৰৰ লগত আন মদৰ কোনো সম্পৰ্ক নাই। গৱেষণাৰ মতে, ইয়াত থকা নিৰ্দিষ্ট যৌগবোৰে আন্ত্ৰিক অংশত বিভিন্ন ধৰণৰ অণুজীৱৰ সৃষ্টি কৰে, যিয়ে ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

কিন্তু বীয়েৰ সেৱন কৰিলে তেজত ট্ৰাইগ্লিচাৰাইড, চেনি বা কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পোৱাৰ কোনো প্ৰমাণ পোৱা নাই বুলিও অধ্যয়নটোত উল্লেখ কৰা হৈছে। গৱেষকসকলৰ মতে ৰেড ৱাইনৰ দৰেই বীয়েৰত থকা পলিফিনলে স্বাস্থ্যৰ উন্নতি সাধন কৰে।

সীমিত পৰিমাণে বীয়েৰ খালে কি কি লাভ হয়?

১) বীয়েৰে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা কমায়।

২) ইয়াত বিভিন্ন খনিজ উপাদান থাকে, যেনে মেগনেছিয়াম, পটাছিয়াম, ক্ৰ’মিয়াম, ভিটামিন বি আদি। এই খনিজ পদাৰ্থসমূহে শৰীৰত পুষ্টি যোগান ধৰে।

৩) এই পানীয়ত আঁহৰ পৰিমাণ বেছি। গতিকে বীয়েৰে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

৪) বীয়েৰত প্ৰচুৰ পৰিমাণে লেক্ট’ফ্লেভিন আৰু নিকোটিনিক এচিড থাকে। এই দুটাৰ প্ৰভাৱৰ বাবে অনিদ্ৰাৰ সমস্যা নাইকিয়া হয়।

Recent News

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd