• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাৰীৰ চুকত থকা এইবিধ শাকে নিবাৰণ কৰিব গেছৰ সমস্যা, পেট বিষ, কোষ্ঠকাঠিন্য আদি, এইদৰে খাওক মানিমুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 6:30 am
185
VIEWS
Share on FacebookShare on Twitter

বাৰীৰ চুকত সহজেই উপলব্ধ হোৱা এবিধ ঔষধিযুক্ত বন শাক হৈছে মানিমুনি। এজাক বৰষুণৰ পাছতেই বাৰীত ছানি ধৰা মানিমুনি শাকৰ আছে বহুখিনি উপকাৰিতা। মানিমুনি শাক এবিধ সহজলভ্য শাক যদিও বহু ঔষধি গুণ সম্পন্ন।

বাৰীত সাধাৰণতে দুই ধৰণৰ মানিমুনি শাক পোৱা যায়। এবিধ হৈছে বৰ মানিমুনি আৰু আনবিধ হৈছে সৰু মানিমুনি। দুয়ো বিধ শাকৰে আছে ঔষধি গুণ কিন্তু সৰু মানিমুনিত অধিক ঔষধি গুণ থাকে। সহজে উপলব্ধ এই মানিমুনি শাকৰ ঔষধি গুণ সন্দৰ্ভত প্ৰাকৃতিক চিকিৎসা স্বাস্থ্য পৰামৰ্শদাতা ৰমেন শৰ্মাই কয় যে,পেটৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ দৈনিক মানিমুনি শাক খাব লাগে। কেঁচা চাটনি বা আঞ্জা তৈয়াৰ কৰি হলেও মানিমুনি শাক খালে পেটৰ ৰোগ যেনে-গেছৰ সমস্যা, পেট বিষ, কোষ্ঠকাঠিন্য আদিৰ দৰে সকলো পেটৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। কাঁহ,জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে মানিমুনি শাক অতি প্ৰয়োজনীয়।

সৰু ল’ৰা-ছোৱালীক মানিমুনি শাক খুৱালে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মগজুৰ বিকাশ কৰে। সৌন্দৰ্য চৰ্চাতো মানিমুনি শাক ব্যৱহাৰ কৰা হয়। মানিমুনি শাক খোৱাৰ লগতে মানিমুনি মিহি মিশ্ৰণ বনাই ছালত ঘঁহিলে ছাল মসৃণ হৈ উজ্জ্বল হয়। যকৃতৰ অন্য এক গুৰুত্বপূৰ্ণ ঔষধ বুলি মানিমুনি শাকক কোৱা হয়। শাকবিধে মানুহৰ ভোক নলগা সমস্যা দূৰ কৰি যকৃতক সুস্থ আৰু সবল কৰি তোলে। মানিমুনি শাকে মানুহৰ আয়ুস বৃদ্ধি কৰাৰ লগতে ইয়াক এলঝাইমাৰ ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। মুঠতে সৰ্বতোপ্ৰকাৰে মানিমুনি শাকে মানৱ শৰীৰক সহায় কৰি আহিছে।

Recent News

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

যৌ*ন নিৰ্যাতনৰ বলি এটি পাঁচ বছৰীয়া শিশুক! আত্ম ৰক্ষাৰ চেষ্টা কৰাৰ বাবে হত্যা; আটক অসমৰ যুৱক

যৌ*ন নিৰ্যাতনৰ বলি এটি পাঁচ বছৰীয়া শিশুক! আত্ম ৰক্ষাৰ চেষ্টা কৰাৰ বাবে হত্যা; আটক অসমৰ যুৱক

হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধোঁৱা চাঙত ৰাজ্যৰ শিক্ষা ব্যৱস্থা : দেশৰ ৩৬ টা স্থানৰ ভিতৰত শিক্ষাত অসমৰ স্থান ৩৪

হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধোঁৱা চাঙত ৰাজ্যৰ শিক্ষা ব্যৱস্থা : দেশৰ ৩৬ টা স্থানৰ ভিতৰত শিক্ষাত অসমৰ স্থান ৩৪

বোমাতংকঃ  দিল্লী-বাৰ্মিংহাম এয়াৰ ইণ্ডিয়াৰ বিমানৰ ৰিয়াধলৈ দিশ সলনি

বোমাতংকঃ  দিল্লী-বাৰ্মিংহাম এয়াৰ ইণ্ডিয়াৰ বিমানৰ ৰিয়াধলৈ দিশ সলনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd