ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লকডাউন কেনে হ’ব? ক’লে হিমন্ত বিশ্ব শৰ্মাই

কেনেধৰণে খুলিব দোকান পোহাৰ; খোলা থাকিব নে ৰেষ্টুৰা?

94355452_10157511895548983_6137327993321684992_o

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ল’কডাউন কেনে হ’ব? তাৰ বিস্তৃত ৰূপ এটা দাঙি ধৰিলে ৰাজ্য স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

আজি খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত বিতংভাৱে মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে বাখ্যা কৰে। তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :-

ৰেড আৰু অৰেঞ্জ জ’নত উপৰোক্ত নিয়মসমূহ পৰ্যোজ্য নহ’ব। উক্ত এলেকাসমূহত সকলোবোৰ বন্ধ থাকিব।