• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ধৰা পৰিছে ৫,৪৫৭গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীঃ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সদৰী কৰিলে তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2024 5:25 pm
197
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বুধবাৰে কয় যে ৰাজ্যত মুঠ ৫৪৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে।মুখ্যমন্ত্ৰী সিঙে এক্স (পূৰ্বতে টুইটাৰ)ত এটা পোষ্টত কয় যে চৰকাৰে ২০২৪ চনৰ ৭ মে’লৈকে মণিপুৰৰ কামজং জিলাত মুঠ ৫৪৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পেলাইছে।

 

𝟓𝟒𝟓𝟕 𝐢𝐥𝐥𝐞𝐠𝐚𝐥 𝐢𝐦𝐦𝐢𝐠𝐫𝐚𝐧𝐭𝐬 𝐝𝐞𝐭𝐞𝐜𝐭𝐞𝐝, 𝐛𝐢𝐨𝐦𝐞𝐭𝐫𝐢𝐜 𝐝𝐚𝐭𝐚 𝐨𝐟 𝟓𝟏𝟕𝟑 𝐨𝐟 𝐭𝐡𝐞𝐦 𝐡𝐚𝐯𝐞 𝐛𝐞𝐞𝐧 𝐫𝐞𝐠𝐢𝐬𝐭𝐞𝐫𝐞𝐝.

The Government has detected a total of 5457 illegal immigrants in Kamjong District, Manipur as on May 7th, 2024. Out of…

— N.Biren Singh (Modi Ka Parivar) (@NBirenSingh) May 8, 2024

পোষ্টটোত মুখ্যমন্ত্ৰী সিঙে কয়, ‘৫,৪৫৭ জনৰ ভিতৰত এতিয়ালৈকে ৫১৭৩ জন এনে অবৈধ অনুপ্ৰৱেশকাৰীৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছে।’

সিঙে লগতে কয় যে বিতাড়নৰ প্ৰক্ৰিয়া চলি আছে আৰু ধৰা পৰা সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰে মানৱীয় সাহায্য আগবঢ়াই আহিছে।মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয়, ‘এটা আতংকজনক পৰিস্থিতি হোৱাৰ পাছতো আমি ইয়াক অতি সংবেদনশীলতাৰে চম্ভালি আহিছো।

ভাৰতত অবৈধ অনুপ্ৰৱেশক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই খবৰ আহিছে। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰূপায়ণকে ধৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়নৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd