• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰীৰ গাত কৰ’নাভাইৰাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2020 3:53 pm
Nadine-Dorries-Health minister of the UK tested positive of coronavirus

নাডিন ডৰিজ। ছবি সৌজন্য-- Sky News

38.1k
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰী, সাংসদ নাদিন ডৰিজৰ গাত কৰ’নাভাইৰাছৰ বীজাণু পোৱা গৈছে।

মঙলবাৰে এক বিবৃতিৰ জৰিয়তে ডৰিজে নিজেই এই কথা সদৰী কৰিছে।

“মই নিশ্চিত কৰিব পাৰো যে মোক কৰ’নাভাইৰাছৰ পৰীক্ষাত ধনাত্মক পোৱা গৈছে,” কনজাৰ্ভেটিভ দলৰ সাংসদগৰাকীয়ে কয়।

তেওঁ লগতে সদৰী কৰে যে তেওঁ নিজকে ঘৰত আচুতীয়াকৈ আবদ্ধ ৰাখিছে।

স্বাস্থ্য বিষয়াসকলে এতিয়া তেওঁৰ গালৈ কেনেকৈ কৰ’নাভাইৰাছ সংক্ৰমিত হ’ল আৰু তেওঁৰ সংস্পৰ্শত কোন কোন লোক আহিছিল সেয়া বিচাৰি আছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে খচৰা আইন প্ৰস্তুতিত সহায় কৰা ডৰিজ এই ভাইৰাছ্ত আক্ৰান্ত হোৱা প্ৰথম ব্ৰিটিছ সাংসদ।

বাতৰি মতে, ডৰিজ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ধৰি কেইবাশও লোকৰ সংস্পৰ্শলৈ আহিছিল।

কৰ’নাভাইৰাছক জাননী জাৰি কৰিব পৰা ৰোগৰূপে ঘোষণা কৰা নথিত চহী কৰাৰ সময়তে শুকুৰবাৰে তেওঁ অসুস্থ অনুভৱ কৰিছিল।

উক্ত নথিৰ ফলত দেশখনৰ কোম্পানিসমূহে এতিয়া ৰোগবিধৰ ক্ষেত্ৰত বীমাৰ সুৰক্ষা গ্ৰহণ কৰিব পাৰিব।

ডৰিজ ক্ৰমাৎ সুস্থতাৰ পথলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে।

Recent News

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd