• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: ১৩খন জিলাত সতৰ্কতা জাৰি কৰিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 12:57 pm
245
VIEWS
Share on FacebookShare on Twitter

অসমত কেইদিনম ধৰি অবিৰাম বৰষুণ, ধুমুহা আৰু বিজুলী-ঢেৰেকণিয়ে সাধাৰণ জনজীৱন বিপর্যস্ত কৰি তুলিছে। গুৱাহাটীৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। কৃত্ৰিম বানে নাগৰিকৰ দৈনন্দিন জীৱনত ব্যাঘাত ঘটাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ২-৩ দিনৰ বাবে ৰাজ্যৰ ১৩খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে।

এই জিলাসমূহ হ’ল: দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, গোৱালপাৰা, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ (মহানগৰ), ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি। এই অঞ্চলত বৰষুণৰ লগতে বিজুলী-ঢেৰেকণি আৰু কিছু ঠাইত ভূমিস্খলনৰ সম্ভাৱনা আছে বিলি প্ৰকাশ কৰিছে।

প্ৰশাসনে মহানগৰবাসীক সতৰ্কতা অৱলম্বন কৰাৰ লগতে জলমগ্ন অঞ্চলত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনাইছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বৰষুণ কিছু সময়ৰ বাবে কমিলেও পুনৰ আৰম্ভ হ’ব পাৰে, আৰু প্ৰশাসনে সম্ভাৱ্য বিপদৰ ওপৰত নজৰ ৰাখিছে বুলি সদৰী কৰিছে।

Recent News

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd