• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহিছে ঘূৰ্ণীবতাহ মোচা: অসমকে ধৰি উত্তৰ-পূবৰ পাঁচখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2023 5:56 pm
4.5k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ পাঁচখন ৰাজ্যত ১৩ আৰু ১৪ মে’ত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (আই এম ডি) উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ ওপৰত এই বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।

বৃহস্পতিবাৰে (১১ মে’) দক্ষিণ-পূব বংগপোসাগৰৰ ওপৰেৰে গভীৰ চাপ সৃষ্টি কৰি ঘূৰ্ণীবতাহ ‘মোচা’ তীব্ৰতৰ হোৱাৰ পিছতে আইএমডিয়ে এই পূৰ্বাভাস দিছে।

১৪ মে’ত ম্যানমাৰ–বাংলাদেশ সীমান্ত অঞ্চলত ঘূৰ্ণীবতাহ মোচাই স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ সীমা ম্যানমাৰ বা বাংলাদেশৰ সৈতে ভাগ হোৱাত মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে আই এম ডিয়ে এক সতৰ্কবাণী জাৰি কৰিছে।

উল্লেখযোগ্য যে আই এম ডিয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্য মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে “অৰেঞ্জ এলাৰ্ট’’ জাৰি কৰিছে।

নগালেণ্ড আৰু দক্ষিণ অসমত অৱস্থিত জিলাসমূহৰ বাবেও ধুমুহা বতাহৰ সৈতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সপ্তাহৰ শেষৰ ফালে অভিলেখ পৰিমানৰ ধাৰাসাৰ বৰষুণ প্ৰত্যক্ষ হ’ব।

১৩ মে’ত ত্ৰিপুৰা আৰু মিজোৰামত ধাৰাসাৰ বৰষুণ হ’ব, আৰু ১৪ মে’ত বিভিন্ন স্থানত প্ৰবল বৰষুণ হ’ব। দেওবাৰে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমত হ’ব নেৰানেপেৰা বৰষুণ।

Recent News

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

JEE Advanced পৰীক্ষাৰ ফলাফল ঘোষণা; জানি লওক কাটঅফ আৰু গুৰুত্বপূৰ্ণ তাৰিখ

JEE Advanced পৰীক্ষাৰ ফলাফল ঘোষণা; জানি লওক কাটঅফ আৰু গুৰুত্বপূৰ্ণ তাৰিখ

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd