• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি যে বিড়ম্বনা, গ্ৰীচত ১ কুইণ্টল ভাং খাই ভেড়া হৈ পৰিল ‘ছাগলী’!

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2023 9:16 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.2k
VIEWS
Share on FacebookShare on Twitter

অলপ চলপ নহয়, প্ৰায় ১০০ কেজি ভাং। ভেড়াৰ জাকটোৱে সেইবোৰ হজম পেলালে। গ্ৰীচৰ থেছালিত ঘটিছে এই কাণ্ড। স্বাভাৱিকতে ভাঙৰ প্ৰভাৱত এজাক ভেড়াই ছাগলীৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। ছাগলীতকৈও ওখকৈ জপিয়াই থকা দেখা গৈছে ভেড়াবোৰক।

গ্ৰীচত এইবাৰ ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। ফলত বহু স্থানত মানুহৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে। এই পৰিস্থিতিত পোহনীয়া পশুৰ অৱস্থা আৰু বেয়া। তেনেদৰেই সেই ভেড়াৰ জাকটোও অসহায় হৈ পৰিছিল। অনাহাৰে সিঁহত এজন মানুহৰ ব্যক্তিগত ভাং খেতিত উপস্থিত হ’ল। আৰু সেউজীয়া পাতবোৰ দেখি খাদ্য বুলি ভাবি সিহঁত খাই তহিলং কৰিলে।

লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?

এনে দৃশ্য দেখি মালিকে মূৰে কপালে হাত দিলে। তেওঁ কয়, “হাঁহিম নে কান্দিম বুজিব পৰা নাই। প্ৰথমতে গ্ৰীষ্ম প্ৰবাহৰ ফলত বহু শস্য নষ্ট হৈছিল। তাৰ পিছত আহিল বানপানী। প্ৰায় সকলো হেৰুৱাই পেলালোঁ। এইবাৰ আকৌ এই কাণ্ড! ভেড়াবোৰে সেউজগৃহত সোমাই সকলো খাই পেলালে।”

ফাৰ্মখনৰ মালিকে কয় যে ভেড়াৰ জাকটোৱে ছাগলীতকৈও ওখকৈ জপিয়াবলৈ লৈছিল।

লগতে পঢ়কঃ আঘাতৰ বাবে বাহিৰ হ’ল অক্ষৰ, বিশ্বকাপৰ চূড়ান্ত দলত সোমাল অশ্বিন

উল্লেখ্য যে ২০১৭ চনৰ পৰা গ্ৰীচত ঔষধি হিচাপে ভাং খেতি বৈধ কৰা হৈছে। কেৱল সেয়াই নহয়, বহু লোকে ভাং খেতি কৰি আৰ্থিকভাৱে উপকৃতও হৈছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd