• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

General Knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে  আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কীয় ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 8, 2024 7:45 pm
General Knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে  আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কীয় ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/ বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

 – ৱাৰেন হেষ্টিংছ

২/ পলাশী যুদ্ধ কেতিয়া হৈছিল?

 – ১৭৫৭ চন

৩/ পলাশী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল?

 – ছিৰাজ-উদ-দৌলাহ

৪/ কোনখন সন্ধিৰ ফলত তৃতীয় কৰ্ণাটক যুদ্ধৰ অন্ত পৰিল?

 – পেৰিছ সন্ধি (১৭৬৩)

৫/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল?

 – জন ৱাটছ আৰু জৰ্জ হোৱাইট

৬/ নিয়ন্ত্ৰণ আইনখন (Regulating Act) কেতিয়া গৃহীত হৈছিল?

 – ১৭৭৩ চন

৭/ কোন গৱৰ্ণৰ জেনেৰেলে সহযোগী মিত্ৰতা (Subsidiary Alliance) প্ৰৱৰ্তন কৰিছিল?

 – লৰ্ড ৱেলছলি

৮/ ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

 – লৰ্ড কেনিং

৯/ কোনজন গৱৰ্ণৰ জেনেৰেলক ‘আধুনিক ভাৰতৰ নিৰ্মাতা’ বুলি জনা যায়?

 – লৰ্ড ডেলহাউজি

১০/ স্থায়ী বন্দোবস্ত(Permanent Settlement) কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

 – ১৭৯৩ চন

১১/ ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত নিযুক্তি পোৱা প্ৰথম ভাৰতীয় কোন?

 – সত্যেন্দ্ৰ প্ৰসাদ সিনহা

১২/ কোনখন সন্ধিৰ দ্বাৰা প্ৰথম এংলো-মাৰাথা যুদ্ধৰ সামৰণি পৰে?

 – ছালবাইৰ সন্ধি

১৩/ বক্সাৰ যুদ্ধত ব্ৰিটিছ বাহিনীক কোনে নেতৃত্ব দিছিল?

 – হেক্টৰ মুনৰো

১৪/ কোন বছৰত পিট’ছ ইণ্ডিয়া আইন গৃহীত হৈছিল?

 – ১৭৮৪ চন

১৫/ বক্সাৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল?

 – মিৰ কাছিম

১৬/ কোন গৱৰ্ণৰ জেনেৰেলে সতী প্ৰথা বিলুপ্ত কৰিলে?

 – লৰ্ড উইলিয়াম বেন্টিংক

১৭/ ১৮১৩ চনৰ চাৰ্টাৰ আইনখনৰ মূল উদ্দেশ্য কি আছিল?

 – চাহৰ বাণিজ্য আৰু চীনৰ সৈতে বাণিজ্যৰ বাহিৰে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক একচেটিয়া অধিকাৰ শেষ কৰা।

১৮/  স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল?

 – লৰ্ড ডেলহাউজি

১৯/ দ্বিতীয় এংলো-শিখ যুদ্ধৰ লগত কোনজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেলৰ সম্পৰ্ক আছে?

 – লৰ্ড ডেলহাউচি

২০/ Ryotwari System কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

 – ১৯ শতিকাৰ আৰম্ভণি, মূলতঃ থমাছ মুনৰোৰ কাৰ্যকালত (১৮২০)।

২১/ ১৮৫৭ চনৰ বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল?

 – ১৮৫৭ চন

২২/ কানপুৰত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা কোন আছিল?

 – নানা চাহাব

২৩/ ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল?

 – বাহাদুৰ শ্বাহ দ্বিতীয় (বাহাদুৰ শ্বাহ জাফৰ)

২৪/ Aannexation of Awadhবাবে কোনজন গৱৰ্ণৰ জেনেৰেল দায়বদ্ধ আছিল?**

 – লৰ্ড ডেলহাউচি

২৫/ ১৮৫৭ চনৰ ভিতৰত ঝান্সীত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল?

 – ৰাণী লক্ষ্মীবাই

২৬/ ১৮৫৭ চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিল?

 – এনফিল্ড ৰাইফল আৰু গ্রীজযুক্ত কার্টিজৰ প্রৱর্তন।

২৭/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা প্ৰশাসনৰ ক্ষমতা ৰজালৈ হস্তান্তৰ কৰিবলৈ ব্ৰিটিছ সংসদে কোনখন আইন গৃহীত কৰিছিল?

 – ভাৰত চৰকাৰৰ আইন, ১৮৫৮

২৮/ ভাৰতৰ প্ৰথম ৰাজ্যিক সচিব কোন আছিল?

 – লৰ্ড ষ্টেনলি

২৯/ কোন ভাইচৰয়ক ‘ভাইচৰয় অৱ ৰিভাৰ্ছ ৰিফৰ্মছ’ বুলি জনা গৈছিল?

 – লৰ্ড লিটন

৩০/ ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা হৈছিল?

 – ১৮৮৫ চন

৩১/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

 – ডব্লিউ.চি. বনাৰ্জী

৩২/ বংগ বিভাজনৰ লগত কোনজন ভাইচৰয় জড়িত আছিল?

 – লৰ্ড কাৰ্জন

৩৩/ বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল?

 – ১৯১১ চন

৩৪/ ১৯০৬ চনত অল ইণ্ডিয়া মুছলিম লীগ গঠনৰ নেতৃত্ব কোনে কৰিছিল?

 – ঢাকাৰ নবাব ছালিমুল্লাহ

৩৫/ চুৰাত বিভাজন কোন বছৰত হৈছিল?

 – ১৯০৭ চন

৩৬/ ব্ৰিটিছ হাউছ অৱ কমনছলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন?

 – দাদাভাই নাওৰজী

৩৭/ ভাৰতত গৃহ শাসন আন্দোলন  (Home Rule League) কোনে আৰম্ভ কৰিছিল?

 – বাল গংগাধৰ তিলক আৰু এনি বেসন্ত

৩৮/ কোন ভাইচৰয়ে ৰ’লেট আইন গৃহীত কৰিলে?

 – লৰ্ড চেলমছফৰ্ড

৩৯/ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ নেতৃত্ব কোনে লৈছিল?

 – জেনেৰেল ডায়েৰ

৪০/ চম্পাৰণ সত্যগ্ৰহ কোন বছৰত সংঘটিত হৈছিল?

 – ১৯১৭ চন

৪১/ স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ’ব’ বুলি কোনে আহ্বান জনাইছিল?

 – বাল গংগাধৰ তিলক

৪২/ অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

 – ১৯২০ চন

৪৩/ নাগৰিক অবাধ্যতা আন্দোলনৰ (Civil Disobidience Movement) সময়ত ভাইচৰয় কোন আছিল?

 – লৰ্ড আৰউইন

৪৪/ ১৯৩১ চনত কোনখন চুক্তিয়ে নাগৰিক অবাধ্যতা (Civil Disobidience Movement) আন্দোলনৰ অন্ত পেলাইছিল?

 – গান্ধী-আৰউইন চুক্তি

৪৫/ কন বছৰত দণ্ডী যাত্ৰা হৈছিল?

 – ১৯৩০ চন

৪৬/ ক্ৰিপছ মিছনৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল?

 – উইন্সটন চাৰ্চিল

৪৭/ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

 – ১৯৪২ চন

৪৮/ ‘কৰিম বা মৰিম’ শ্লোগান কোনে দিছিল?

 – মহাত্মা গান্ধী

৪৯/ কোন বছৰত আই এন এ ট্ৰায়েল হৈছিল?

 – ১৯৪৫-৪৬ চন

৫০/ ভাৰতীয় ৰাষ্ট্ৰীয় সেনা (Indian National Army)ৰ প্ৰতিষ্ঠাপক কোন আছিল?

 – সুভাষ চন্দ্ৰ বসু

 

লগতে পঢ়কঃ Quiz 2023 : বিশ্ব ইতিহাসৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Quiz : ৰাজনীতি বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ QUIZ 2023 : মনোৰঞ্জন সম্পৰ্কীয় কেইটামান বহুবিকল্পীধৰ্মী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Today’s Quiz : কোনখন দেশৰ মানুহৰ গড় আয়ুস সৰ্বাধিক?

লগতে পঢ়কঃ বিশ্ব ইতিহাসৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ অসম বুৰঞ্জী সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge: ৩য় ৪ৰ্থ নিযুক্তি পৰীক্ষাৰ বাবে ভূগোলৰ ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge : ৩য় ৪ৰ্থ নিযুক্তি পৰীক্ষাৰ বাবে ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd