• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

General Knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে  আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কীয় ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 8, 2024 7:45 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/ বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

 – ৱাৰেন হেষ্টিংছ

Apply Now

২/ পলাশী যুদ্ধ কেতিয়া হৈছিল?

 – ১৭৫৭ চন

৩/ পলাশী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল?

 – ছিৰাজ-উদ-দৌলাহ

৪/ কোনখন সন্ধিৰ ফলত তৃতীয় কৰ্ণাটক যুদ্ধৰ অন্ত পৰিল?

 – পেৰিছ সন্ধি (১৭৬৩)

৫/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল?

 – জন ৱাটছ আৰু জৰ্জ হোৱাইট

৬/ নিয়ন্ত্ৰণ আইনখন (Regulating Act) কেতিয়া গৃহীত হৈছিল?

 – ১৭৭৩ চন

৭/ কোন গৱৰ্ণৰ জেনেৰেলে সহযোগী মিত্ৰতা (Subsidiary Alliance) প্ৰৱৰ্তন কৰিছিল?

 – লৰ্ড ৱেলছলি

৮/ ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

 – লৰ্ড কেনিং

৯/ কোনজন গৱৰ্ণৰ জেনেৰেলক ‘আধুনিক ভাৰতৰ নিৰ্মাতা’ বুলি জনা যায়?

 – লৰ্ড ডেলহাউজি

১০/ স্থায়ী বন্দোবস্ত(Permanent Settlement) কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

 – ১৭৯৩ চন

১১/ ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত নিযুক্তি পোৱা প্ৰথম ভাৰতীয় কোন?

 – সত্যেন্দ্ৰ প্ৰসাদ সিনহা

১২/ কোনখন সন্ধিৰ দ্বাৰা প্ৰথম এংলো-মাৰাথা যুদ্ধৰ সামৰণি পৰে?

 – ছালবাইৰ সন্ধি

১৩/ বক্সাৰ যুদ্ধত ব্ৰিটিছ বাহিনীক কোনে নেতৃত্ব দিছিল?

 – হেক্টৰ মুনৰো

১৪/ কোন বছৰত পিট’ছ ইণ্ডিয়া আইন গৃহীত হৈছিল?

 – ১৭৮৪ চন

১৫/ বক্সাৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল?

 – মিৰ কাছিম

১৬/ কোন গৱৰ্ণৰ জেনেৰেলে সতী প্ৰথা বিলুপ্ত কৰিলে?

 – লৰ্ড উইলিয়াম বেন্টিংক

১৭/ ১৮১৩ চনৰ চাৰ্টাৰ আইনখনৰ মূল উদ্দেশ্য কি আছিল?

 – চাহৰ বাণিজ্য আৰু চীনৰ সৈতে বাণিজ্যৰ বাহিৰে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক একচেটিয়া অধিকাৰ শেষ কৰা।

১৮/  স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল?

 – লৰ্ড ডেলহাউজি

১৯/ দ্বিতীয় এংলো-শিখ যুদ্ধৰ লগত কোনজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেলৰ সম্পৰ্ক আছে?

 – লৰ্ড ডেলহাউচি

২০/ Ryotwari System কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

 – ১৯ শতিকাৰ আৰম্ভণি, মূলতঃ থমাছ মুনৰোৰ কাৰ্যকালত (১৮২০)।

২১/ ১৮৫৭ চনৰ বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল?

 – ১৮৫৭ চন

২২/ কানপুৰত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা কোন আছিল?

 – নানা চাহাব

২৩/ ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল?

 – বাহাদুৰ শ্বাহ দ্বিতীয় (বাহাদুৰ শ্বাহ জাফৰ)

২৪/ Aannexation of Awadhবাবে কোনজন গৱৰ্ণৰ জেনেৰেল দায়বদ্ধ আছিল?**

 – লৰ্ড ডেলহাউচি

২৫/ ১৮৫৭ চনৰ ভিতৰত ঝান্সীত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল?

 – ৰাণী লক্ষ্মীবাই

২৬/ ১৮৫৭ চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিল?

 – এনফিল্ড ৰাইফল আৰু গ্রীজযুক্ত কার্টিজৰ প্রৱর্তন।

২৭/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা প্ৰশাসনৰ ক্ষমতা ৰজালৈ হস্তান্তৰ কৰিবলৈ ব্ৰিটিছ সংসদে কোনখন আইন গৃহীত কৰিছিল?

 – ভাৰত চৰকাৰৰ আইন, ১৮৫৮

২৮/ ভাৰতৰ প্ৰথম ৰাজ্যিক সচিব কোন আছিল?

 – লৰ্ড ষ্টেনলি

২৯/ কোন ভাইচৰয়ক ‘ভাইচৰয় অৱ ৰিভাৰ্ছ ৰিফৰ্মছ’ বুলি জনা গৈছিল?

 – লৰ্ড লিটন

৩০/ ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা হৈছিল?

 – ১৮৮৫ চন

৩১/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

 – ডব্লিউ.চি. বনাৰ্জী

৩২/ বংগ বিভাজনৰ লগত কোনজন ভাইচৰয় জড়িত আছিল?

 – লৰ্ড কাৰ্জন

৩৩/ বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল?

 – ১৯১১ চন

৩৪/ ১৯০৬ চনত অল ইণ্ডিয়া মুছলিম লীগ গঠনৰ নেতৃত্ব কোনে কৰিছিল?

 – ঢাকাৰ নবাব ছালিমুল্লাহ

৩৫/ চুৰাত বিভাজন কোন বছৰত হৈছিল?

 – ১৯০৭ চন

৩৬/ ব্ৰিটিছ হাউছ অৱ কমনছলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন?

 – দাদাভাই নাওৰজী

৩৭/ ভাৰতত গৃহ শাসন আন্দোলন  (Home Rule League) কোনে আৰম্ভ কৰিছিল?

 – বাল গংগাধৰ তিলক আৰু এনি বেসন্ত

৩৮/ কোন ভাইচৰয়ে ৰ’লেট আইন গৃহীত কৰিলে?

 – লৰ্ড চেলমছফৰ্ড

৩৯/ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ নেতৃত্ব কোনে লৈছিল?

 – জেনেৰেল ডায়েৰ

৪০/ চম্পাৰণ সত্যগ্ৰহ কোন বছৰত সংঘটিত হৈছিল?

 – ১৯১৭ চন

৪১/ স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ’ব’ বুলি কোনে আহ্বান জনাইছিল?

 – বাল গংগাধৰ তিলক

৪২/ অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

 – ১৯২০ চন

৪৩/ নাগৰিক অবাধ্যতা আন্দোলনৰ (Civil Disobidience Movement) সময়ত ভাইচৰয় কোন আছিল?

 – লৰ্ড আৰউইন

৪৪/ ১৯৩১ চনত কোনখন চুক্তিয়ে নাগৰিক অবাধ্যতা (Civil Disobidience Movement) আন্দোলনৰ অন্ত পেলাইছিল?

 – গান্ধী-আৰউইন চুক্তি

৪৫/ কন বছৰত দণ্ডী যাত্ৰা হৈছিল?

 – ১৯৩০ চন

৪৬/ ক্ৰিপছ মিছনৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল?

 – উইন্সটন চাৰ্চিল

৪৭/ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

 – ১৯৪২ চন

৪৮/ ‘কৰিম বা মৰিম’ শ্লোগান কোনে দিছিল?

 – মহাত্মা গান্ধী

৪৯/ কোন বছৰত আই এন এ ট্ৰায়েল হৈছিল?

 – ১৯৪৫-৪৬ চন

৫০/ ভাৰতীয় ৰাষ্ট্ৰীয় সেনা (Indian National Army)ৰ প্ৰতিষ্ঠাপক কোন আছিল?

 – সুভাষ চন্দ্ৰ বসু

 

লগতে পঢ়কঃ Quiz 2023 : বিশ্ব ইতিহাসৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Quiz : ৰাজনীতি বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ QUIZ 2023 : মনোৰঞ্জন সম্পৰ্কীয় কেইটামান বহুবিকল্পীধৰ্মী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Today’s Quiz : কোনখন দেশৰ মানুহৰ গড় আয়ুস সৰ্বাধিক?

লগতে পঢ়কঃ বিশ্ব ইতিহাসৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ অসম বুৰঞ্জী সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge: ৩য় ৪ৰ্থ নিযুক্তি পৰীক্ষাৰ বাবে ভূগোলৰ ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge : ৩য় ৪ৰ্থ নিযুক্তি পৰীক্ষাৰ বাবে ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd