• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অট’ এক্সপো : হিৰো চাইকেলে প্ৰদৰ্শন কৰিলে বেটাৰী চালিত তিনিখন নতুন চাইকেল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 5:27 pm
Hero-Cycles
1.2k
VIEWS
Share on FacebookShare on Twitter

হিৰো চাইকলে শেহতীয়া অট’ এক্সপোত তিনিখন বেটাৰী চালিত চাইকেলৰ প্ৰদৰ্শন কৰে।

এই চাইকেল চলিত বৰ্ষৰ দ্বিতীয়ভাগত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ আশা কৰা হৈছে।

হিৰো চাইকেলে প্ৰদৰ্শন কৰা এই তিনিটা মডেল হৈছে ইজি ষ্টেপ (Easy Step),ষ্ট্ৰফাংগাৰ (Straphanger)আৰু ইছেন্টিয়া কানেক্ট (Essentia Connect)।

ইজি ষ্টেপ এখন ইলেকট্ৰিক চাইকেল আৰু ইয়াক আঢ্যৱন্ত শ্ৰেণীৰ চাইকেল আৰোহীৰ প্ৰতি লক্ষ্য ৰাখি উলিওৱা হৈছে।

ইজি ষ্টেপৰ মূল্য ৩৫,০০০ৰ পৰা ৪০,০০০ হ’ব বুলি আশা কৰা হৈছে।

ষ্ট্ৰফাংগাৰো বেটাৰিৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ মূল্যও ৪০,০০০টকাৰ ঘৰত থাকিব।

ইছেন্টিয়া কানেক্টত উচ্চ মাত্ৰাৰ ২৫০ ৱাটছৰ মটৰ সংলগ্ন আছে।

তিনিওখন চাইকেলতে হিৰো এপ্লিকেশ্যনৰ জৰিয়তে ব্যৱহাৰকাৰী বা চালকৰ স্মাৰ্টফোনৰ সৈতে সংযোগ হোৱাৰ কাৰিকৰী যুক্ত হৈছে।

এই এপ্লিকেশ্যনে প্ৰয়োজনীয় চালনাৰ তথ্য ৰেকৰ্ড কৰিব আৰু সেয়া চালকজনে বিচাৰিলে ব্যৱহাৰ কৰিব পাৰিব।

সুদীৰ্ঘ দিনৰ পৰা গ্ৰাহকৰ মাজত জনপ্ৰিয় হিৰো চাইকেলৰ এই নতুন চাইকেল কেইখনে নতুন আৰু চাইকেলৰ চখ ৰখা আঢ্যৱন্ত লোকৰ বিশেষ আকৰ্ষণ হ’ব বুলি আশা কৰা হৈছে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd