• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিংবদন্তি দৌৰবিদ ‘উৰন্ত শিখ’ মিলখা সিঙৰ বিয়োগত শোক প্ৰকাশ ‘ধিং এক্সপ্ৰেছ’ হিমা দাসৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2021 10:41 am
Milkha-Hima
189
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ আক্ৰান্ত হৈ শুকুৰবাৰে নিশা জীৱনৰ সৈতে যুঁজত হাৰ মানি পৰলোকপ্ৰাপ্তি ঘটা কিংবদন্তি দৌৰবিদ ‘উৰন্ত শিখ’ মিলখা সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে।

হিমাই এটা টুইট কৰি কয়,’’ উৰন্ত শিখ কিংবদন্তি মিলখা সিং চাৰ আৰু নাই বুলি শুনি অন্তৰ ভাগি পৰিছে। দেশখনে আপোনাক চাৰ সদায় মনত ৰাখিব আৰু আপোনাৰ জীৱনৰ পৰা চিৰদিন অনুপ্ৰেৰণা ল’ব।‘’

Heartbreaking to hear that flying Sikh legend Milkha Singh sir is no more. The nation will always remember you sir and seek an inspiration from your life forever. RIP #MilkhaSingh sir pic.twitter.com/wnASq5QUUf

— Hima Das (@HimaDas8) June 18, 2021

হিমাই লগতে মিলখা সিঙৰ সৈতে তেওঁৰ স্মৃতিৰ কথাও স্মৰণ কৰিছে।

আন এটা টুইটত হিমাই লিখিছে,’’বিশ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপ জয় কৰাৰ পাছত তথা এছিয়ান গেমছত পদক পোৱাৰ পাছত মিলখা সিং চাৰৰ পৰা অহা এটা কলৰ কথা মই এতিয়াও মন পেলাও যে ‘’হিমা মাথোঁ কঠোৰ অনুশীলন চলাই যোৱা, তোমাৰ বহুত সময় আছে আৰু তুমি বিশ্ব পৰ্যায়ত আমাৰ দেশৰ বাবে এটা স্বৰ্ণ জয় কৰিব পাৰা।‘’

“After winning World Championship U20 title and medal in Asian Games, I still remember a call from #MilkhaSingh sir that “Hima just keep on working hard, you have ample time and you can win a Gold medal for our country at a global level”
“I will try to fulfill your dream sir”

— Hima Das (@HimaDas8) June 19, 2021

এইদৰে কিংবদন্তি দৌৰবিদগৰাকীক সোঁৱৰণ কৰি হিমাই লগতে লিখিছে, ‘’মই আপোনাৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম চাৰ।‘’

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd