• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হঠাৎ প্ৰচণ্ড বৰষুণত তচনচ হিমাচল: বানত উটুৱাই নিলে বহু শ্ৰমিক, দুজনৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 10:24 am
55
VIEWS
Share on FacebookShare on Twitter

হঠাৎ হোৱা প্ৰচণ্ড বৰষুণে হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ধ্বংসযজ্ঞ চলাইছে। কুল্লু আৰু কাংগৰা জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ, কাংগৰাৰ খনিয়াৰা গাঁৱত ১৫ৰ পৰা ২০ জন শ্ৰমিক বানত উটুৱাই নিয়া বুলি আশংকা কৰা হৈছে। ইতিমধ্যে দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহুজন এতিয়াও সন্ধানহীন অৱস্থাত।

সংবাদ সংস্থা পিটিআইৰ মতে, এই শ্ৰমিকসকলে ইন্দিৰা প্ৰিয়দৰ্শিনী জলবিদ্যুৎ প্ৰকল্পত কাম কৰিছিল। বুধবাৰে খনিয়াৰা গাঁৱৰ মনুনি খাদত হঠাতে পানী বাঢ়ি অহাৰ ফলত কাম কৰি থকা শ্ৰমিকসকল বানৰ কবলত পৰে। বৰষুণৰ তীব্ৰতাৰ বাবে জলবিদ্যুৎ প্ৰকল্পৰ কাম সাময়িকভাৱে বন্ধ ৰখা হয়। শ্ৰমিকসকলে ওচৰতে জিৰণি লৈ থকা অৱস্থাতেই হঠাতে বান আহে, ফলত কোনো ব্যৱস্থাগ্ৰহণৰ আগতেই পানীৰ সোঁতে উটুৱাই নিয়ে।

ঘটনাৰ খবৰ পাই জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। প্ৰশাসনে জানিবলৈ দিয়ে যে এই ডাৱৰ বিস্ফোৰণৰ ফলত ঠিক কিমান লোক ক্ষতিগ্ৰস্ত হৈছে, সেই বিষয়ে এতিয়াও নিশ্চিতভাৱে ক’ব পৰা হোৱা নাই। মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ে এই পৰিস্থিতিক জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিছে।

ইফালে, কুল্লুৰ সাইঞ্জ উপত্যকাতো তিনিটা ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু মাণ্ডিত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাংগৰাত হোৱা দুৰ্ঘটনাটো ৰোধ কৰিব নোৱাৰি গভীৰ দুঃখ প্ৰকাশ কৰিছে প্ৰশাসনে। বিপাশা নদীৰ পাণ্ডোহ মথাউৰিৰ পৰা পানী এৰি দিয়া হ’ব বুলি জাননী জাৰি কৰি পৰ্যটক আৰু স্থানীয় ৰাইজক নদীৰ ওচৰলৈ নেযাবলৈ সকীয়াই দিয়া হৈছে। প্ৰয়োজন হ’লে স্থানীয় জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

এই হঠাৎ সৃষ্টিহোৱা বনৰ ফলত কুল্লুৰ বহু ঘৰ, বিদ্যালয়, দলং আৰু মানালি-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতিৰ উন্নতি নোহোৱা পৰ্যন্ত লোকসকলক সতৰ্কতা অবলম্বন কৰাৰ বাবে আহ্বান জনাইছে।

Recent News

অসম-মেঘালয়ৰ প্ৰস্তাৱিত কুলশী নদী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা দল সংগঠনৰ

অসম-মেঘালয়ৰ প্ৰস্তাৱিত কুলশী নদী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা দল সংগঠনৰ

হঠাৎ প্ৰচণ্ড বৰষুণত তচনচ হিমাচল: বানত উটুৱাই নিলে বহু শ্ৰমিক, দুজনৰ মৃতদেহ উদ্ধাৰ

হঠাৎ প্ৰচণ্ড বৰষুণত তচনচ হিমাচল: বানত উটুৱাই নিলে বহু শ্ৰমিক, দুজনৰ মৃতদেহ উদ্ধাৰ

সংসদ আৰু অন্যান্য শাখাসমূহৰ ভিতৰত সংবিধানৰ ওচৰতে সৰ্বোচ্চ কৰ্তৃত্ব আছেঃ মুখ্য ন্যায়াধীশ বি আৰ গাভাই

সংসদ আৰু অন্যান্য শাখাসমূহৰ ভিতৰত সংবিধানৰ ওচৰতে সৰ্বোচ্চ কৰ্তৃত্ব আছেঃ মুখ্য ন্যায়াধীশ বি আৰ গাভাই

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd