• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 30, 2025 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেশ্যন সিন্দূৰক লৈ সংসদত চলি থকা বিতৰ্কত অংশগ্ৰহন কৰি সদনত  প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ শুনাৰ পাছত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি সংবাদ মাধ্যমৰ সন্মুখত  কয় , “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই  তেওঁৰ ২ ঘণ্টীয়া ভাষণত অপাৰেচন সিন্দূৰৰ সকলো শ্ৰেয় নিজে ল’বলৈ আপ্ৰাণ চেষ্টা কৰিলে। ভাষণৰ আৰম্ভণিত তেওঁ কৈছিল যে দেশবাসীয়ে তেওঁক সমৰ্থন কৰিছে। এইয়া তেওঁৰ সম্পূৰ্ণ ভুল ব্যাখ্যা। দেশবাসীয়ে ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাবাহিনীকহে আকুন্ঠ সমৰ্থন দিছিল।”

লগতে গগৈয়ে কয়, “এইটোও অত্যন্ত দুৰ্ভাগ্যজনক যে প্ৰধানমন্ত্ৰীয়ে যেনেদৰে অপাৰেশ্যন সিন্দূৰৰ সকলো শ্ৰেয় (Credit)লবলৈ আপ্ৰাণ চেষ্টা কৰিলে, ঠিক তেনেদৰে পেহেলগামৰ নাৰকীয় ঘটনাৰ  বাবে নিজৰ বিফলতাৰ নৈতিক দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিল ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ২৮-২৯ বাৰ যুদ্ধবিৰতি সম্পৰ্কে উল্লেখ কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতিবাদত এটা টু শব্দও নক’লে । প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়েও প্ৰধানমন্ত্ৰীক উদ্দেশ্যি এই বিষয়টো আজি উপস্হাপন কৰিছিল।”

Apply Now

“ঠিক তেনেদৰে ৰাহুল গান্ধী ডাঙৰীয়াইও ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু চীনৰ প্ৰসংগ উত্থাপন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে প্ৰধানমন্ত্ৰীয়ে এবাৰৰ বাবেও চীনৰ নাম পৰ্য্যন্ত উল্লেখ নকৰিলে। ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে অপাৰেশ্যন সিন্দূৰৰ সময়ত চীনৰ ভূমিকা থকাৰ সম্পৰ্কে মন্তব্য কৰিছিল। তেওঁলোকে কৈছিল যে পাকিস্হান সেনাবাহিনী আৰু বায়ুসেনাক চীনে সহায় কৰিছিল। কিন্তু, ইমান গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় এটাত প্ৰধানমন্ত্ৰীয়ে এটা শব্দ উল্লেখ নকৰিলে ।”, গগৈয়ে কয়।গগৈয়ে লগতে কয়, “ইয়াৰ পৰিবৰ্তে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দল আৰু পণ্ডিত নেহৰুক মিছা অভিযোগেৰে অপযশ বা কলংকিত কৰিবলৈ বিচৰা সেই পুৰণি অভ্যাসৰেই পুনৰাবত্তি কৰিবলৈ চেষ্টা কৰিলে। মই মাথো এইটোৱেই কবলৈ বিচাৰো যে – প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি ২ ঘন্টা কিয়, ২০০০ ঘন্টা পণ্ডিত নেহৰুৰ বিৰুদ্ধে অপযশ আনিবলৈ চেষ্টা কৰিলেও সমগ্ৰ দেশবাসী আৰু বিশ্বই নেহৰুজীৰ অনবদ্য অৱদানৰ বিষয়ে সদায়েই শ্ৰদ্ধাৰে স্মৰণ কৰিব।”

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd