• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বক এৰি অসমত পৰৱৰ্তী চৰকাৰৰ নেতৃত্বত পুনৰ সোণোৱাল

দাবী টিকেট-বঞ্চিত, বিক্ষুব্ধ সাংসদ আৰ পি শৰ্মাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 10, 2019 5:58 pm
Himanta Biswa out, BJP to form next Govt in Assam under Sonowal's leadership, claims RP Sharma

হিমন্ত বিশ্ব-সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰত ৰাখি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ’২১ত অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিজেপিয়ে, সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ দাবী।

লোকসভা নিৰ্বাচনত টিকেট বঞ্চিত, বিক্ষুব্ধ সাংসদগৰাকীয়ে সংবাদ মাধ্যমত বুধবাৰে কৰিছে এই মন্তব্য।

“২০২১-ত আমি লবি ভাঙি চৰকাৰ গঠন কৰিম। সেই চৰকাৰত সোণোৱাল থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মা নাথাকে। কংগ্ৰেছৰ পৰা খেদা খোৱা নেতাক আমি থাকিবলৈ নিদিওঁ,” আৰ পি শৰ্মাৰ মন্তব্য।

গেৰুৱা দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে দাবী কৰিছে যে পৰৱৰ্তী বিধান সভা নিৰ্বাচনত বিজেপিয়ে অসমত ৭০ৰ পৰা ৮০খন আসন দখল কৰিব।

শৰ্মাৰ নেতৃত্বত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া “ন বিজেপি”সকলক লৈ প্ৰবীন নেতাগৰাকীয়ে বিভিন্ন সময়ত বিষোদগাৰ কৰি আহিছে।

বিজেপিৰ লগতে আৰ এছ এছৰো পুৰণি কৰ্মীৰূপে দাবী কৰা সাংসদ শৰ্মাই আসন্ন নিৰ্বাচনৰ পিছতে অসমৰ বিজেপি দলটোক পুনৰ ন ৰূপত গঢ় দিয়াৰ কথা কৈছিল।

আৰ পি শৰ্মাৰ উপৰিও এই নিৰ্বাচনত বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁই, ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তীৰ দৰে পুৰণি নেতাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই।

তাৰ বিপৰীতে তেজপুৰ, নগাওঁ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ, গুৱাহাটী আৰু স্বায়ত্ত শাসিত জিলা– এই ৭টা সমষ্টিতেই “ন-বিজেপি”য়ে প্ৰাৰ্থিত্ব লাভ কৰিছে।

তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস, লখিমপুৰৰ সাংসদ তথা প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd