• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাজু হৈ উঠিছে হীৰেন বৰাৰ নতুন অসমীয়া ছবি ‘সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’

‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ত অভিনয় কৰিছে জৰ্জ বেকাৰ, নিপন গোস্বামী আৰু অৰুণ নাথে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2018 3:04 pm
123456-750x375

‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ৰ এখন স্থিৰ চিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অসমৰ চলচ্চিত্ৰ নিৰ্মাতা হীৰেন বৰাই নিৰ্মাণ কৰি উলিয়াইছে আৰু এখন নতুন অসমীয়া ছবি ‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’।

হীৰেন বৰাই প্ৰযোজনা তথা পৰিচালনা কৰা ছবিখনত ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত অসমীয়া আৰু বাংলা চলচ্চিত্ৰৰ অভিনেতা তথা সাংসদ জৰ্জ বেকাৰ, নিপন গোস্বামী আৰু অৰুণ নাথে অভিনয় কৰিছে। ছবিখনত অভিনয় কৰা আন শিল্পীসকল হৈছে ৰীতা বৰা, জাহানাৰা বেগম, ৰুদালি বৰা আৰু মঞ্জু বৰকটকী।

১৯৭৫ চনত মুক্তি পোৱা আব্দুল মজিদ পৰিচালিত তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ ‘চামেলি মেমচাহেব’ত বাৰ্কলে চাহাবৰ ভূমিকাত অভিনয় কৰিছিল।

সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ ছবিখনৰ এটা প্ৰম’ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। পৰিচালক হীৰেন বৰাই ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছে।

সত্য ঘটনাৰ ওপৰত নিৰ্মিত ‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ ছবিখন সুৰভি এন্টাৰপ্ৰাইজৰ আধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে। ছবিখনত ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত অসমৰ মানুহৰ মাজত সৃষ্টি হোৱা আতংকৰ বিষয় উপস্থাপন কৰা হৈছে।

ছবিখনত চীনা আক্ৰমণৰ সময়ত অৰুণাচল প্ৰদেশৰ সীমান্তৰ অসমৰ তেজপুৰ চহৰ খালী কৰিবলৈ দিয়া প্ৰক্ৰিয়াৰ সময়ত মানুহৰ বেদনা তথা যন্ত্ৰণাৰ কাহিনীও দাঙি ধৰা হৈছে।

লক্ষণীয়ভাৱে, চীনা আগ্ৰাসনৰ সময়ত তেজপুৰক খালী কৰি দিবলৈ জনোৱা আহ্বান তথা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ যোগে অসমৰ প্ৰতি আগবঢ়োৱা সহানুভুতিৰ বিপৰীতে যুৱ সমাজৰ দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হৈছে ছবিখনত।

ছবিখনে লগতে কাৰাবন্দীৰ মুক্তি তথা মানসিক ভাৰাক্ৰান্ত আৱাসী তথা মিছন হাস্পাতালৰ মানবীয় কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিছে।

ছবিৰ কাহিনী সমাপ্ত হৈছে সৰ্বসন্মত যুদ্ধ বিৰতি আৰু চীনা সৈন্য প্ৰত্যাগমনৰ লগতে ঠাই এৰি যোৱা বাসিন্দাসকলৰ প্ৰত্যাৱৰ্তনৰ লগতে প্ৰেমিক যুগলৰ সপ্ৰতিভ মিলনৰ মাজেৰে।

চলচ্চিত্ৰ নিৰ্মাতা হীৰেন বৰাই ২০০৯ চনত তেওঁৰ প্ৰথমখন ছবি ‘বসুন্ধৰা’ৰ বাবে ৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজত কমল বঁটা লাভ কৰিছিল। তেওঁ বিগত কেইবাবছৰো ধৰি চলচ্চিত্ৰ, ধাৰাবাহিক তথা মঞ্চৰ প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য তথা অভনয়ৰ সৈতে জড়িত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd