• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী কিংবদন্তি ক্ৰিকেটাৰৰ মন্তব্য- ধোনীৰ সময় শেষ, সন্মান সহকাৰে হওক বিদায়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 11:53 am
Mahendra Sing Dhoni

মহেন্দ্ৰ সিং ধোনী। উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে পুনৰ মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে।

ক্ৰিকেটত ধোনীৰ সময় শেষ হোৱা বুলি মন্তব্য কৰি গাভাস্কাৰে অতি শীঘ্ৰে বিকল্পৰ সন্ধান কৰিবলৈ টিম মেনেজমেণ্টক আহ্বান জনায়।

তেওঁ লগতে কয় যে ধোনীক সন্মান সহকাৰে বিদায় জনোৱাৰ সময় আহি পৰিছে। ধোনীৰ বিকল্প হিচাপে ঋষভ পন্টৰ কথা উল্লেখ কৰে মহান বেটছমেন গৰাকীয়ে।

ইফালে দীৰ্ঘদিন ধৰি ধোনীক লৈ চলি থকা অৱসৰ বিতৰ্ক সন্দৰ্ভত যোৱা শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে।

সকলো বিতৰ্ক একাষৰীয়া কৰি ভাৰতীয় অধিনায়ক গৰাকীয়ে ৩৮ বছৰীয়া মহেন্দ্ৰ সিং ধোনীৰ বিকল্প নাই বুলি মন্তব্য কৰিছিল।

কোহলীয়ে কৈছিল, ‘আপুনি লাগিলে মানক বা নামানক অনুভৱ সদায় কামত আহে। বয়স যে মাথো এটা সংখ্যা, সেইটো অতীতত বহু খেলুৱৈয়ে প্ৰমাণ কৰি থৈছে। এই কথাটো ধোনীয়েও বহুবাৰ প্ৰমাণ কৰিছে’।

‘তেওঁ সদায় ভাৰতীয় ক্ৰিকেটৰ কথাহে ভাবে। অৱসৰ কেতিয়া ল’ব লাগে সেয়া তেওঁৰ ব্যক্তিগত কথা। এই সন্দৰ্ভত বেলেগে নিজৰ মত ব্যক্ত কৰাটো ঠিক নহয়’। এইদৰে কৈছিল কোহলীয়ে।

উল্লেখ্য যে সদ্য সমাপ্ত বিশ্বকাপত ধোনীৰ প্ৰদৰ্শন খুব এটা সন্তোষজনক নাছিল। তেওঁৰ চিৰ পৰিচিত আক্ৰমণাত্মক বেটিঙৰ বিপৰীতে বিশ্বকাপৰ প্ৰত্যেকটো ইনিংছ আছিল অত্যন্ত মন্থৰ।

যাৰ বাবে কেইবা গৰাকীও প্ৰাক্তন ক্ৰিকেটাৰ তথা আলোচকে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ গ্ৰহণ কৰিব লাগে তথা উপযুক্ত সময় বুলি মন্তব্য কৰি আহিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd