• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিচাং নদীৰ বুকুত সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক দৌলেশ্বৰ আটাৰ থান

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 21, 2019 3:55 pm

1 min read

IMG-20190521-WA0014

দৌলেশ্বৰ আটাৰ থান

2.6k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিচাং নদীৰ  ভয়াৱহ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিচিহ্ন হোৱা উপক্ৰম হৈছে ঐতিহাসিক দৌলেশ্বৰ আটাৰ থান। মহাপুৰুষীয়া পাঁচখন কাল সংহতি সত্ৰৰ ভিতৰত এখন অন্যতম সত্ৰ হৈছে চেঁচাসত্ৰ।

আহোম ৰাজ শাসনৰ সময়ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা চেঁচাসত্ৰৰ এটি থাল আহি শিৱসাগৰ জিলাৰ ডিমৌমুখৰ  দিচাংনদীৰ পাৰত সত্ৰ স্থাপন কৰিছিল। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, আৰু উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ জিলা আৰু প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতো কেইবা লাখ শিষ্য থকা চেঁচা গোঁসাইৰ পুৰণি সত্ৰ খন বৰ্তমান যোৰহাট জিলাৰ টীয়কৰ জহাখাটলৈ স্থানান্তৰিত হয়।

চেঁচাসত্ৰৰ আটাপুৰুষ দৌলেশ্বৰ আটাৰ সমাধিস্থলক কেন্দ্ৰ কৰি বৃটিছৰ আমোলৰ পৰাই সত্ৰৰ শিষ্য-প্ৰশিষ্য সকলে এখন থান প্ৰতিষ্ঠা কৰি পূজা -অৰ্চনা কৰি আহিছিল। লোক বিশ্বাস  অনুসৰি এই থানত শুদ্ধ মনেৰে পূজা -অৰ্চনা কৰিলে ব্যক্তিৰ মনোবাঞ্ছা পুৰণ হয় ।

সম্প্ৰতি দিচাং নদীৰ খহনীয়াৰ কবলত পৰিছে ঐতিহাসিক থান খন। থান খনৰ মুঠ মাটি কালিৰ দুই তৃতীয়াংশ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে।

দিচাং নদীৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ডিমৌমুখৰ ৰাইজে জলসম্পদ বিভাগক একাধিক বাৰ অনুৰোধ কৰিছিল যদিও বিভাগটোৱে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Recent News

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd