• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ২৮ লাখ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হ’ব পাৰে কোভিডত, কোনে ক’লে-কিয় ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 3:30 pm
neet
938
VIEWS
Share on FacebookShare on Twitter

দেশৰ ২৮ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱন সংকটৰ গৰাহলৈ গতি কৰিব পাৰে।

তেওঁলোক হৈ পৰিব পাৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ চিকাৰ।

এই আশংকা বোক্ত কৰিলে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিছোডিয়াই। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে NEET আৰু অভিযান্ত্ৰিকৰ শিক্ষাৰ্থীৰ বাবে JEE অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা আকোঁৰগোঁজ মনোভাৱৰ বাবেই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে এনে আশংকা ব্যক্ত কৰিলে।

ছিছোডিয়াই কয় যে কেন্দ্ৰই নানান নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে যদিও এনে নিয়মে ছাত্ৰ-ছাত্ৰী সকলক কোভিডৰ পৰা বচাব পাৰিব বুলি তেওঁ নাভাবে।

বহু সাৱধানতা অৱলম্বন কৰাৰ পিছতো কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কোভিডত আক্ৰান্ত হৈছে।

আনকি দিল্লীৰ স্বাস্থ্যমন্ত্ৰীও কোভিডত আক্ৰান্ত হৈছে। তেওঁলোকে কোভিডৰ পৰা বাচি থাকিবলৈ বহু সাৱধানতা অৱলম্বন কৰিছিল।

ইমানৰ পিছতো তেওঁলোক কোভিডত আক্ৰান্ত হ’ল। ছাত্ৰ-ছাত্ৰী সকল সেয়ে কোভিডত আক্ৰান্ত নোহোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি বুলিও ছিছোডিয়াই প্ৰশ্ন কৰে।

তেওঁ লগতে কয় যে কেৱল তিনি ঘণ্টাৰ পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ মেধা শক্তিৰ বিচাৰ কৰিব নোৱাৰি।

সেয়ে NEET আৰু JEE হয় পিছুৱাই দিব লাগে অথবা বাতিল কৰিব লাগে বুলি ছিছোডিয়াই কয়।

উল্লেখ্য কেন্দ্ৰই JEE আৰু NEET ছেপ্তেম্বৰ মাহত অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে।

শিক্ষাৰ্থীৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে চৰকাৰৰ স্থিতিৰ বিৰোধিতা কৰি আহিছে।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd