• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোল্ডেন গ্লোব বঁটা বিজয়ী হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 3:36 pm
113
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত আমেৰিকান মডেল অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮২ বছৰ।হলিউডৰ অভিনেত্ৰীগৰাকীৰ বুধবাৰে মৃত্যু হয়। আমেৰিকান অভিনেত্ৰীগৰাকীক হলিউডৰ আধুনিক সময়ৰ নায়িকা-আধাৰিত একচন চলচ্চিত্ৰৰ বাবে কৃতিত্ব দিয়া হয়।

ৱেলছৰ মেনেজাৰে এটা বিবৃতিত কয় যে অভিনেত্ৰীগৰাকী যোৱা কেইদিনমান ধৰি অসুস্থ হৈ আছিল।

ৰাকেলৰ জন্ম ১৯৪০ চনত তেজাদাত হৈছিল আৰু কেলিফৰ্ণিয়াত তেওঁ ডাঙৰ দীঘল হৈছিল। তাত তেওঁ কিশোৰী সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।

১৯৬০ৰ দশকত ৰাকেল এগৰাকী আন্তৰ্জাতিকভাৱে আবেদনময়ী মহিলাৰ প্ৰতীক হৈ পৰিছিল। তেওঁ ১৯৬৬ চনৰ ওৱান মিলিয়ন বিচি চলচ্চিত্ৰত বিকিনি পিন্ধা গুহাৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহিছিল।

ৱেলছে ১৯৭৪ চনত “থ্ৰী মাস্কেটিয়াৰ্ছ”ত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক পুনৰ ‘ৰাইট টু ডাই’ত তেওঁৰ চৰিত্ৰৰ বাবে মনোনীত কৰা হৈছিল।

বাতৰি অনুসৰি, ৱেলছে ৭০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত অভিনয় কৰিছে। দৰাচলতে  কল্পবিজ্ঞান ওপৰত আধাৰিত ‘ফেণ্টাষ্টিক ভয়েজ’ চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত তেওঁৰ কেৰিয়াৰৰ উৰ্দ্ধমুখী যাত্ৰা আৰম্ভ হৈছিল।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd