আজি আবেলি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট অভিনেতা বিজু ফুকনৰ
অসমীয়া চলচিত্ৰ জগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক, বিশিষ্ট অভিনেতা বিজু ফুকনৰ শেষকৃত্য আজি আবেলি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব।...
Read moreDetails