• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিগাৰেট এৰাৰ ঘৰুৱা উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2020 5:20 pm
Home remedies that help quit smoking
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপানে কৰা ক্ষতিৰ বিষয়ে সকলোৱে জানে? কিন্তু ইয়াক পৰিত্যাগ কৰিব কেনেকৈ?

এই বদ অভ্যাস এৰাৰ কেইটামান ঘৰুৱা উপায় আপোনালোকলৈ আগবঢ়োৱা হৈছে।

ঔটছ

ঔটছে ধূমপানৰ ইচ্ছা কম কৰে। খাবৰ বাবে দুকাপ পানীত এচামুচ ঔটছ ৰাতিটো তিয়াই ৰাখিব। পুৱা গৰম কৰি খাব।

পানী

ধঁপাতৰ নিক’টিন নিচা (addiction) সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে।

আদা

ধূমপান এৰাৰ বাবে চেষ্টা কৰোতে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ বাবে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি।

আঙুৰৰ ৰস
আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে।

মৌ
মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am
ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am
নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am
ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd