• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে অধিক প্ৰতিৰোধ কৰে ভাইৰাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 3:59 pm
mask
216
VIEWS
Share on FacebookShare on Twitter

অদৃশ্য শত্ৰু ক’ৰ’ণা ভাইৰাছক বাধা দিবলৈ এতিয়া বজাৰত বিভিন্ন ধৰণৰ মাস্ক পোৱা যায়।

কিছুমানে এন-৯৫ মাস্কো অধিক সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

কিন্তু ৰেছপিৰেটৰী ভালভ যুক্ত মাস্ক এন-৯৫ৰ ব্যৱহাৰত ভুল হ’লে ভালত কৈ বেয়া হোৱাৰ আশংকাহে বেছি বুলি শেহতীয়াকৈ চিকিৎসা বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত ঘৰতে প্ৰস্তুত কৰা কপাহী সূতাৰ মাস্ক আটাইতকৈ নিৰাপদ বুলি প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ এদল বিজ্ঞানীয়ে।

বিজ্ঞানীৰ দল টোৱে শেহতীয়াকৈ থোৰাক্স ছায়েন্স জাৰ্নালত প্ৰকাশ কৰা অনুসৰি ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে আন মাস্কতকৈ অধিক হাৰত ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে।

চাৰ্জিকেল মাস্কক বহুতে উত্তম মাস্ক বুলি ভাবে যদিও এনে মাস্কে অতি ক্ষুদ্ৰ বীজাণুক বাধা দিব নোৱাৰে বুলি বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

😷 What’s the best homemade face mask to curb #Covid19?

You’ll need at least 2 layers, scientists @Globalbiosec @UNSW in Australia found using a LED lighting system and high-speed video camera. More @business: https://t.co/7ClbtNsvOE pic.twitter.com/GWh3HhlaGw

— Bloomberg Originals (@bbgoriginals) July 24, 2020

চাৰ্জিকেল মাস্ক অথবা আন মাস্কৰ তুলনাত ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে যিকোনো বীজাণুক বাধা দিবলৈ সক্ষম বুলি বিজ্ঞানীৰ দলটোৱে কৈছে।

তেওঁলোকে আল্ট্ৰা ভায়’লেট ৰশ্মিৰ সহায়ত পৰীক্ষা চলাই ঘৰতে প্ৰস্তুত কৰা এতৰপীয়া কপাহী মাস্কে কাঁহিলে ওলোৱা কণিকা প্ৰতিহত কৰিব পাৰে বুলি প্ৰমাণ পাইছে।

কপাহী মাস্ক যদি দুই বা তিনি তৰপীয়া হয় তেন্তে সেয়া আৰু উত্তম বুলি বিজ্ঞানীৰ দল টোৱে প্ৰকাশ কৰিছে

Recent News

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd