• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যদি বিজেপি মুছলমান বিৰোধী মই কেন্দ্ৰীয় মন্ত্ৰী কেনেদৰে হ’লো : শ্বাহ নাৱাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2019 4:18 pm
shahnawaz-hussain

বিজেপি নেতা শ্বাহ নাৱাজ হুছেইন।

772
VIEWS
Share on FacebookShare on Twitter

৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা প্ৰচাৰ চলাবৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী শ্বাহ নাৱাজ হুছেইন। বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত অনুষ্ঠিত হোৱা এখন জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি মুছলমান বিৰোধী বুলি কোৱা কথাষাৰক কংগ্ৰেছৰ অপপ্ৰচাৰ আখ্যা দিয়ে।

হুছেইনে কয় ‘যদিহে বিজেপি মুছলমান বিৰোধী হয় তেন্তে মই কেন্দ্ৰীয় মন্ত্ৰী কেনেদৰে হ’লোহেতেন’। মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত সভাখনত অংশ লৈ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰখৰ ৰ’দতো হাজাৰ হাজাৰ লোকৰ সমাগমে গুৱাহাটীত কুইন ওজাৰ বিজয়ৰ ইংগিত বহন কৰিছে বুলি কয়।

সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকায়ো ভাষণ দিয়ে। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে শ্বব-ই-বৰাতৰ দিনটোত দিল্লীৰ পৰা বৰক্ষেত্ৰীলৈ ইমান কষ্টৰে অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কষ্ট বৰক্ষেত্ৰীৰ ৰাইজে অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰে।

নিৰ্বাচনী সভাখনত ৰাজ্যিক বিজেপিৰ সম্পাদক ভৱেন্দ্ৰ নাথ মোহন, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইনৰ লগতে ভালেকেইগৰাকী দলীয় নেতা উপস্থিত থাকে।

২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ সোঁতৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূল যুজখন বিজেপিৰ কুইন ওজা আৰু কংগ্ৰেছৰ ববিতা শৰ্মাৰ লগতে হ’ব বুলি সকলোৱে আশা কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd