• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰমত ৰ’দৰ পৰা নিজৰ ছালখন কেনেকৈ ৰক্ষা কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 7:00 am
258
VIEWS
Share on FacebookShare on Twitter

গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল–চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয়। এই দিনকেইটাত সেয়েহে ছাল–চুলিৰ উপযুক্ত যত্ন ল’ব লাগে।

গৰমত শৰীৰৰে পৰ্যাপ্ত পানী পোৱাতো দৰকাৰী। দিনত কমেও ৮-১০ গ্লাছ পানী খাব লাগে।

SPF ৩০ বা তাতকৈ বেছি থকা সানস্ক্ৰীন ক্ৰীম ব্যৱহাৰ কৰি ছালক সূৰ্যৰ কঠিন কিৰণৰ পৰা ৰক্ষা কপ্ৰিব লাগে। ২-৩ ঘণ্টাৰ মূৰে মূৰে পুনৰ সানস্ক্ৰীন ক্ৰীম লগাব লাগে।

ৰ’দত ওলালে মলমল, কটনৰ দৰে কপোৰেৰে মুখ খন ঢাকি ৰাখক।

সূৰ্যৰ তীক্ষ্ণ ৰশ্মিৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। পৰাপক্ষত বাহিৰলৈ ওলাওতে ছাতি ব্যৱহাৰ কৰক।

দৈ, বিলাহী, তিয়হ আদিৰ মিশ্রণেৰে মুখখন পৰিস্কাৰ কৰিব পাৰে। তেজপাতৰ পাত আৰু গাখীৰৰ লেপ লাগাই ছালক শীতল কৰক।

নেমু, তৰমুজ, নাৰিকলৰ পানীৰ দৰে খাদ্য খাওঁক। গৰমত অধিক তেল মচলাৰ পৰা আঁতৰি থাকক।

গৰমত ঘাম আৰু ধূলিয়ে ছালখন লেতেৰা কৰে।  দিনত ২-৩ বাৰ ফেচৱাশ্বেৰে মুখখন পৰিস্কাৰ কৰক।

৭-৮ ঘণ্টা টোপনি মাৰক। ই স্বাস্থ্য বজাই ৰখাত সহায় কৰে। যদি ছালত গুৰুতৰ সমস্যা হয়, তেন্তে চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd