• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ দিন এইফালে, ১৫  দিন সিফালে : দুই পত্নীক লৈ কিদৰে সংসাৰৰ চলাইছে এইগৰাকী স্বামীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 6:34 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

চিনেমাৰ কাহিনীয়েও পাত্তা নাপাব এইটো ঘটনাৰ লগত। মধ্যপ্ৰদেশৰ উজ্জ্বয়িনীৰ এজন যুৱকে চলাইছে তিনিকোণীয়া সংসাৰ। দুই পত্নীৰে একেলগে চলাই নিছে সুখৰ সংসাৰ।

ঘটনাৰ সবিশেষ অনুসৰি প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰৰ সময়ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় যুৱকজনে। কিন্তু অৱশেষত তেওঁ দুগৰাকী পত্নীৰ সৈতে এটা ঘৰত থাকিবলৈ সিদ্ধান্ত লয়। এই সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ কয় যে প্ৰতিগৰাকী পত্নীৰ সৈতে তেওঁ মাহত ১৫ দিনকৈ কটাব যাতে তেওঁলোক সুখী হৈ থাকে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৫ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজনে। বিয়াৰ কেইদিনমানৰ ভিতৰতে এটি সন্তান লাভ কৰে দম্পতীহালে।। অৱশ্যে সন্তান জন্ম হোৱাৰ পিছত দম্পতীহালৰ মাজত নিয়মীয়াকৈ কাজিয়া চলিছিল।
গতিকে দুয়োজনে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে। আদালতত প্ৰথম পত্নীৰ সন্মতি সাপেক্ষে বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল যুৱকজনে।

তেনেতেই আন এগৰাকী মহিলাৰ প্ৰেমত পৰে যুৱকজন। কেইদিনমানৰ ভিতৰতে তেওঁ সেই মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

প্ৰথম পত্নীয়ে স্বামীৰ দ্বিতীয় বিবাহৰ কথা গম পাই ক্ৰোধান্বিত হৈ উঠে।।প্ৰথম পত্নীক দেখি দ্বিতীয় পত্নীৰো খং উঠে। অৱশ্যে দুয়োগৰাকী পত্নীৰ কোনো এগৰাকীয়েই যুৱকজনৰ সৈতে সম্পৰ্ক ভাঙিবলৈ ইচ্ছুক নহয়।
তাৰ পিছত যুৱকজনে সমস্যাৰ সমাধানৰ বাবে আৰক্ষীৰ ওচৰলৈ যায়। অৱশ্যে আৰক্ষীয়ে নিজৰ মাজতে বিবাদ নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিয়ে।

অৱশেষত যুৱকজনে সিদ্ধান্ত ল’লে যে দুগৰাকী পত্নীৰ সৈতে এটা পৰিয়াল গঢ়িব। তেওঁ দুয়োগৰাকী পত্নীৰ সৈতে এমাহত ১৫ দিনকৈ কটাব বুলি প্ৰতিশ্ৰুতি দিয়ে। দুয়োগৰাকী পত্নীয়ে যুৱকজনৰ এই সিদ্ধান্ত মানি লয়। 

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd