• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে এল আই চিৰ কিমান শতাংশ বিক্ৰী কৰিব বিচাৰিছে; সুৰক্ষিত থাকিবনে গ্ৰাহকৰ ধন?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2020 8:54 am
LIC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ সময়ত ঘোষণা কৰা হৈছিল যে ৰাজকোষৰ ঘাটি পূৰণৰ বাবে চৰকাৰে এল আই চিৰ অংশীদাৰিত্ব কিছু বিক্ৰী কৰিব।

বিত্ত মন্ত্ৰীৰ ঘোষণাৰ পাছতেই স্বাভাৱিকতে এল আই চিৰ কোটি কোটি গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে। একেদৰেই এল আই চিৰ এজেন্টসকলৰ মাজতো এক অনশ্চিয়তাই বিৰাজ কৰিছে।

সকলোৱে শংকা কৰিছে যে যদি এল আই চিৰ কৰ্তৃত্ব বেচৰকাৰী সংস্থা বা ইয়াৰ অংশীদাৰী সকলৰ হাতলৈ গুচি যায়, তেতিয়াহ’লে এল আই চিৰ সুনাম তথা মৰ্যাদাৰ লগতে ইয়াৰ বিশ্বাসযোগ্যতাও ক্ষতিগ্ৰস্ত হ’ব।

এই সকলোবোৰ আশংকা সঁচাকৈয়ে সত্য নে? চৰকাৰে সঁচাকৈয়ে এল আই চিৰ কৰ্তৃত্ব নিজৰ পৰা এৰি দিব খুজিছে নেকি?

এই সকলো বদ্ধমূল ধাৰণা ভুল প্ৰমানিত কৰি এল আই চি বেচৰকাৰী সংস্থাৰ নিয়ন্ত্ৰণলৈ যোৱাটো অমূলক।

বিত্ত মন্ত্ৰালয়ৰ খৱৰ অনুসৰি, এল আই চিৰ মাত্ৰ ১০ শতাংশ শ্বেয়াৰহে চৰকাৰে বিক্ৰী কৰিব পাৰে।

উক্ত ১০ শতাংশ বিক্ৰী কৰিলেই চৰকাৰৰ লক্ষ্যতকৈ অধিক টকা ৰাজকোষলৈ আহিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চৰকাৰে বিয়োজনৰ জৰিয়তে ২.১ লাখ কোটি টকা ৰাজকোষলৈ আনিব বিচাৰিছে।

চৰকাৰে ইয়াৰ লক্ষ্য পূৰণৰ নিমিত্তে এল আই চিৰ উপৰি আন কেইবাটাও সংস্থাৰ সাহায্য গ্ৰহণ কৰিব পাৰে।

বৰ্তমান বজাৰত মাথোঁ এল আই চিৰ সম্পদৰ পৰিমান হৈছে ৩৬ লাখ কোটি টকা। সংস্থাটোৰ ১০০ শতাংশ শ্বেয়াৰেই বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে।

চৰকাৰে যদি এল আই চিৰ ১০ শতাংশ শ্বেয়াৰ বজাৰত বিক্ৰী কৰে তেতিয়া তেতিয়া চৰকাৰৰ হাতলৈ প্ৰায় ৩.৬ লাখ কোটি টকা আহিব। এয়া চৰকাৰৰ নিৰ্দ্ধাৰিত লক্ষ্য ২.১ লাখ কোটি টকাতকৈ বহু বেছি।

এইদৰে চাবলৈ গ’লে এল আই চিৰ ১০ শতাংশতকৈ বহু কম শ্বেয়াৰ বিক্ৰী কৰিলেও চৰকাৰৰ লক্ষ্য পূৰণ হয়। কিন্তু নিয়ম অনুসৰি, কোনো চৰকাৰী সংস্থাই বিনিয়োগ বিচাৰিবলৈ হ’লে কমেও ১০ শতাংশ শ্বেয়াৰ বজাৰত মুকলি কৰিব লাগিব।

সেয়েহে, পৰ্যায়ক্ৰমে চৰকাৰে এল আই চিৰ ১০ শতাংশ শ্বেয়াৰ বিক্ৰীৰ বাবে এৰি দিব পাৰে। এল আই চিৰ বাকী ৯০ শতাংশ শ্বেয়াৰ চৰকাৰৰ হাততেই থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd