• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

মাত্ৰ ৪০ চেকেণ্ডৰ ভিডিঅ’তে চাওক যোৱা ১০০ কোটি বছৰত কিদৰে সলনি হৈছিল পৃথিৱীৰ মানচিত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2023 1:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোটি কোটি বছৰৰ আগতে পৃথিৱীৰ ৰূপ কেনে আছিল? বৰ্তমানৰ বিশ্ব মানচিত্ৰখন আমি কেনেকৈ পালোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ’লে টেকটনিক প্লেটৰ গতিবিধিৰ ওপৰত চকু ৰাখিব লাগিব। পৃথিৱীৰ টেকটনিক প্লেটবোৰ আমাৰ আঙুলিৰ নখ বৃদ্ধিৰ দৰে প্ৰায় একে বেগেৰে গতি কৰে। কিন্তু যদি ভিডিঅ’ এটা তৈয়াৰ কৰা হয়, তেন্তে সেইটো কেনেকুৱা হ’ব? একেবাৰে আচৰিত ধৰণৰ!

টেকটনিক প্লেটৰ গতিবিধিৰ ওপৰত যিবোৰ মডেল প্ৰস্তুত কৰা হৈছে, তাৰ ভিতৰত ২০২১ চনত আটাইতকৈ সম্পূৰ্ণ মডেলটো ওলাইছিল। ইয়াত টেকটনিক প্লেটবোৰৰ মাজত সংঘৰ্ষ হোৱা, তাৰপিছত আঁতৰি যোৱা আৰু তাৰ পিছত একেলগে আহি পুনৰ ভাঙি যোৱা দেখা গৈছে মাত্ৰ ৪০ ছেকেণ্ডতে।

Apply Now

কোটি কোটি বছৰ ধৰি টেকটনিক প্লেটবোৰ অহৰহ গতিশীল হৈ আছে।  এইবোৰৰ গতিশীলতাৰ বাবেই ওপৰৰ ভূমি অৰ্থাৎ আমাৰ মহাদেশ আৰু দেশসমূহে বৰ্তমানৰ ৰূপ পালে।

টেকটনিক প্লেট কি? পৃথিৱীৰ ভিতৰত ই এক বিশাল শিলৰ টুকুৰা। ইহঁতৰ গতিবিধিৰ ফলত জলবায়ু পৰিৱৰ্তন হয়, ভূমিকম্প হয়, প্ৰাণীৰ বাসস্থান সলনি হয়। আগ্নেয়গিৰি বিস্ফোৰণ হয়, ধাতু উৎপন্ন হয়। অৰ্থাৎ টেকটনিক প্লেটৰ গতিৰ বাবে সমগ্ৰ বিশ্বৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ প্ৰভাৱিত হয়।

ইউনিভাৰ্চিটি অৱ ছিডনীৰ পি এইচ ডি গৱেষক তথা ভূ-বিজ্ঞানী মাইকেল টেটলীয়ে জনোৱা মতে, প্ৰথমবাৰৰ বাবে সকলো সীমাকে ধৰি টেকটনিক প্লেটৰ সম্পূৰ্ণ মডেল প্ৰস্তুত কৰা হৈছে। মানুহৰ সময়ৰ মাপকাঠিত টেক্টনিক প্লেটসমূহে বছৰি এক চেণ্টিমিটাৰ গতি কৰে। কিন্তু ইয়াত ভিডিঅ’টো চালে বুজিব পাৰিব যে আমাৰ মহাদেশবোৰ সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ আছিল। আজি আমি বসবাস কৰিব নোৱাৰা বৰফৰ টুপি হিচাপে দেখা এন্টাৰ্কটিকা এসময়ত বিষুৱৰেখাৰ কাষেৰে আচৰিত স্থানত আছিল। 

পৃথিৱীৰ টেকটনিক প্লেটবোৰ গতি কৰাৰ লগে লগে ইয়াৰ ওপৰৰ ভূমি বা দেশ আৰু মহাদেশবোৰ স্থানান্তৰিত হয়।  লগতে চৌপাশৰ বস্তুবোৰো লৰচৰ কৰে। তেতিয়া বুজিব পাৰি যে এই মহাদেশবোৰ আন মহাদেশৰ লগত সংযুক্ত আছিল। 

ভৱিষ্যতে পৃথিৱীৰ কোনবোৰ স্থানত বসবাসযোগ্য হ’ব, এতিয়া বিষুৱৰেখাত থকা মহাদেশখনে ভৱিষ্যতে উত্তৰ মেৰুত উপনীত হ’ব নে দক্ষিণ মেৰুত উপনীত হ’ব সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ। চিডনী বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানী ছাবিন জাহিৰোভিচে কয়, পৃথিৱীখন অবিশ্বাস্যভাৱে গতিশীল। ইয়াৰ টেকটনিক প্লেটবোৰ নখৰ বৃদ্ধিৰ বেগেৰে গতি কৰে। কিন্তু যেতিয়া মাত্ৰ ৪০ ছেকেণ্ডতে ১ বিলিয়ন বছৰৰ দৃশ্য একত্ৰিত হয়, তেতিয়া এক মন্ত্ৰমুগ্ধ দৃশ্যৰ সূচনা হয়। মহাসাগৰবোৰ খোল খায়, বন্ধ হৈ যায়, মহাদেশবোৰ ভাঙি ক্ৰমান্বয়ে পুনৰ সংযোগ হৈ বিশাল অতিমহাদেশ গঠন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd