• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! গৰমত হ্ৰাস পাব বীৰ্যৰ ঘনত্ব: সমস্যাৰ পৰিত্ৰাণ পাব কেনেকৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 5:49 pm
100k
VIEWS
Share on FacebookShare on Twitter

গৰম আহি পালেহি। গৰম আহি পোৱাৰে পৰা যৌন সম্পৰ্ক বা হস্তমৈথুনৰ সময়ত বীৰ্যৰ পৰিমাণ কমি অহা যেন অনুভৱ হৈছে নেকি? অথবা বীৰ্যৰ ঘনত্বত সামান্য পাৰ্থক্য দেখা পাইছে নেকি? যদি তেনে হৈছে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। অৱশ্যেই এইক্ষেত্ৰত আপুনি সাৱধান হোৱাটো জৰুৰী।

যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে তাপমাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন ৰাজ্যত গৰমৰ ঢৌ আৰম্ভ হৈছে। চিকিৎসকৰ মতে, উষ্ণতা বৃদ্ধিৰ বাবে বীৰ্যত শুক্ৰাণুৰ পৰিমাণ কমি যাব পাৰে। বীৰ্যৰ ঘনত্বও হ্ৰাস  হ’ব পাৰে। যিটো বহু ক্ষেত্ৰত পুৰুষৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিব পাৰে। কিন্তু পুৰুষে সঠিক পদ্ধতি অনুসৰণ কৰিলে এই সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ পুৰুষে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে বুলি চিকিৎসকে পৰামৰ্শ দিছে। ইয়াৰ উপৰিও চিকিৎসকে পুষ্টিকৰ খাদ্য, গ্লুক’জ আৰু ফল-মূল খাবলৈও পৰামৰ্শ আগবঢ়াইছে। একেবাৰে প্ৰয়োজনীয় নহ’লে ৰ’দত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে। অথবা বাহিৰলৈ গ’লে লগত এটা ছাতি এটা লৈ যাব লাগে।

ইয়াৰ উপৰিও শুক্ৰাণুৰ সংখ্যা হ্ৰাস হোৱাৰ সমস্যা সমাধানৰ বাবে আন কিছুমান টিপছ আছে।

‘হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থ’ৰ অধ্যয়ন অনুসৰি গ্ৰীষ্মকালত পুৰুষেও আণ্ডাৰৱেৰৰ প্ৰতি সাৱধান হ’ব লাগে। কাৰণ আণ্ডাৰৱেৰে শুক্ৰাণুৰ গুণাগুণত প্ৰভাৱ পেলায়।

অধ্যয়নটোৰ মতে, গৰমৰ দিনত আপেক্ষাকৃতভাৱে পাতল ধৰণৰ আণ্ডাৰৱেৰ পিন্ধা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বেছি পোৱা গৈছে।

শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে মদ্যপান আৰু ধূমপান এৰিবলৈও পৰামৰ্শ দিছে চিকিৎসকে। ইয়াৰ উপৰিও অধ্যয়নটোত দেখা গৈছে যে সপ্তাহত ১৫ ঘণ্টা বা তাতকৈ অধিক সময় ব্যায়াম কৰা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা প্ৰায় ৭৩ শতাংশ বেছি।

Recent News

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd