ৰাতি যদি নামি আহে এজাক বৰষুণ, যদি ৰোমান্টিক হৈ উঠে মন : কিদৰে ৰমণীয় কৰি তুলিব সেই বিশেষ মুহূৰ্ত?

ডাৱৰীয়া দিনত অকলে থাকিবলৈ মন নাযায়। বৰষুণৰ বতৰত আমাৰ মনে কাষত বিচাৰে এগৰাকী নাৰী, প্ৰেয়সী অথবা পত্নী।

কিন্তু যিসকলে এনে বতৰত কাৰো সান্নিধ্য লাভ নকৰে, তেওঁলোকে সংগীত শুনি আৰু ৱেব ছিৰিজ চাই সময় কটাব লাগে।

কিন্তু যিসকলৰ জীৱন প্ৰেমেৰে ভৰি আছে তেওঁলোকৰ বাবে বৰষুণৰ দিনেই প্ৰেমৰ উত্তম সময়।

যৌন বিশেষজ্ঞসকলৰ মতে বাৰিষাৰ দিনবোৰ যৌন সম্পৰ্ক স্থাপনৰ বাবে একেবাৰেই উপযুক্ত সময়!

মনোবিজ্ঞানীসকলৰ মতে, ডাৱৰীয়া বতৰত বেছিভাগ মানুহেই হতাশা অনুভৱ কৰে। এই সময়ত মানুহে আপোনাৰ কাৰোবাৰ একান্ত সান্নিধ্য বিচাৰে।

যৌন বিশেষজ্ঞসকলে কয় যে ডাৱৰীয়া বতৰত বৰষুণৰ আৱেগে শৰীৰৰ সৰ্বোচ্চ যৌন ইচ্ছা জগাই তোলে। গতিকে বাৰিষাৰ সময়ত যৌন সম্পৰ্ক আটাইতকৈ ৰোমান্টিক হৈ পৰে।

বহুতে নিজৰ যৌন-জীৱনক আকৰ্ষণীয় কৰি তুলিবলৈ বৰষুণত তিতি যৌন সম্পৰ্কত লিপ্ত হয়।

যৌন বিশেষজ্ঞৰ মতে তিতা শৰীৰত যৌন সম্পৰ্ক অধিক কামাতুৰ আৰু ৰমণীয় হৈ উঠে। গতিকে বৰষুণত যৌন সম্পৰ্ক কৰাটো একেবাৰে ভাল অভিজ্ঞতা হৈ পৰে।

যৌন বিশেষজ্ঞসকলে কয় যে তিতা শৰীৰে পুৰুষ আৰু মহিলা উভয়ৰে যৌন উত্তেজনা বৃদ্ধি কৰাত সহায় কৰে। গতিকে যদি আপুনি অলপ বৰষুণত তিতি কোঠাৰ ভিতৰলৈ আহি যৌন সম্পৰ্কত লিপ্ত হয় তেন্তে তাত উত্তেজনাৰে ভৰি পৰে।

 

এই খিনিতে মনত ৰাখিবলগা কেইটামান কথা –

১) বহুতে মুকলি আকাশৰ তলত যৌন সম্পৰ্ক স্থাপন কৰি ভাল পায়। কিন্তু বৰষুণত সম্ভোগ কৰাৰ আগতে দুয়োজনৰ আৰাম আৰু সন্মতিৰ প্ৰতি লক্ষ্য ৰাখক।

২) আপোনাৰ পৰীক্ষামূলক যৌন সম্পৰ্কত আপোনাৰ ওচৰ-চুবুৰীয়াৰ যাতে কোনো সমস্যা নহয় সেয়া নিশ্চিত কৰক।

৩) বৰষুণৰ পানীত তিতি যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছত পৰিষ্কাৰ পানীত গা ধুব লাগে। শ্বেম্পু কৰিবলৈ নাপাহৰিব।

৪) বৰষুণত তিতি তিতি ফ’ৰ প্লে বা প্ৰাক যৌন কাৰ্যকলাপ আৰম্ভ কৰি বিচনাত যৌন সম্পৰ্ক শেষ কৰক।

৫) বৰষুণৰ পানীৰ বহুতৰে এলাৰ্জী হয়। গতিকে এই কথা মনত ৰাখি সম্পৰ্ক কৰক।