পাকঘৰৰ দেৱালত তেল-চিকতিৰ দাগ? পানীৰে নুগুচিব, গুচিব কি তিনিটা উপায়েৰে জানো আহক

cleaning-wall-til

পাকঘৰৰ দেৱালত তেল-চিকতিৰ দাগ লগাটো মুঠেও নতুন কথা নহয়।

সকলো ঘৰতেই এই সমস্যা থাকেই। পাকঘৰৰ দেৱালেই নহয়, পাকঘৰত থকা আলমাৰী,ছেল্ফ আদিতো এনে তেল-চিকতিৰ দাগ লাগে।

তেল-চিকতিৰ দাগ পানীৰে মচি থাকিলেও কেতিয়াও উঠি নাযায়।

এই দাগ নোহোৱা কৰিবলৈ আপুনি আন কেইটামান সাধাৰণ উপায় গ্ৰহণ কৰিব পাৰে। সেই উপায় কেইটাৰ বিষয়ে জানো আহক—