ব্যৱহাৰ কৰা চাহপাত খিনি পেলাই দিয়ে নেকি? পেলাই নিদি লগাব পাৰে এইবোৰ কামত

tea1

চাহ খোৱাৰ অভ্যাস প্ৰায় সকলোৰে আছে।

নিজে পান কৰাৰ কথাতো বাদেই আলহী-অতিথি আহিলেও চাহেৰে আপ্যায়ন কৰাৰ পৰম্পৰা প্ৰায় সকলো পৰিয়ালতে আছে।

সেয়ে ঘৰ এখনত দিনটোত কিমান বাৰ চাহ কৰিবলগীয়া হয় তাৰ কোনো হিচাপ নাথাকে।

চাহ পানৰ ক্ষেত্ৰত অসমো পিছ পৰি থকা ৰাজ্য নহয়। কাৰণ অসম চাহৰ বাবেই বিখ্যাত।

যি কি নহওক,চাহ কৰাৰ পিছত আপুনি অৱশিষ্ট চাহপাত খিনি পেলাই দিয়ে নেকি?

যদি পেলাই দিয়ে তেন্তে এতিয়াৰে পৰা পেলনীয়া চাহপাত খিনিৰেও যে বহু কিবা কিবি কৰিব পাৰে সেয়া জানি লওক।

তেতিয়া অন্ততঃ পেলনীয়া চাহপাত খিনিৰ সঠিক ব্যৱহাৰো হ’ব আৰু কেইটামান বিশেষ কামো সহজ হৈ পৰিব।

পেলনীয়া চাহপাত খিনি আপুনি এনেবোৰ কামত ব্যৱহাৰ কৰিব পাৰে—