• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাণ বচোৱাৰ উপায় : হঠাৎ বনৰীয়া হাতীৰ মুখামুখি হ’লে কি কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 7:00 am
290
VIEWS
Share on FacebookShare on Twitter

হঠাৎ আপুনিও কেতিয়াবা মুখামুখি হ’ব পাৰে বনৰীয়া হাতীৰ। মানুহ হাবি-জংঘল কাটি শেষ কৰাৰ বাবে খাদ্যৰ সন্ধানত আজিকালি হাতীবোৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰে। বহু গাঁৱত বন্য হস্তীয়ে খেতিবাতি অনিষ্ট কৰাৰ লগতে মানুহকো আক্ৰমণ কৰে।

যদি আপুনি কেতিয়াবা বনৰীয়া হাতীৰ সন্মুখীন হয় তেতিয়া কৰি কৰিব জানো আহক

১. বনৰীয়া হাতীৰ মুখামু্খি হ’লে হঠাৎ দৌৰা বা চিঞৰ-বাখৰ কৰিলে হাতীটো আক্ৰমণাত্মক হৈ উঠিব পাৰে। অৱশ্যে বেছি জোৰকৈ শব্দ কৰিলে হাতীটোৱে ভয় খাবও পাৰে। তাতকৈ শান্তভাৱে নিজৰ অৱস্থান বজাই ৰাখক।

২. যদি হাতীটোৱে আপোনাক দেখা নাই, তেন্তে লাহে লাহে পিছুৱাই গৈ হাতীটোৰ পৰা দূৰত্ব বৃদ্ধি কৰক। হাতীৰ ওচৰলৈ কেতিয়াও নাযাব।

৩. যদি হাতীটোৱে কাণ দুখন ফুলাই, শুঁড় ওপৰলৈ তুলি ধৰে বা মাটিত ভৰি ঘঁহে, তেন্তে সেয়া আক্ৰমণৰ লক্ষণ হ’ব পাৰে। এনে ক্ষেত্ৰত অধিক সাৱধান হওক।

৪. পোনে পোনে দৌৰিলে হাতীৰ দৃষ্টি আকৰ্ষণ হ’ব পাৰে। তাৰ পৰিৱৰ্তে, গছ বা ডাঙৰ শিলৰ আঁৰত আত্মগোপন কৰিবলৈ চেষ্টা কৰক। হাতীৰ দৃষ্টিৰ পৰা আঁতৰি যাওক।

৫. গছত উঠিলে বা ওখ ঠাইত উঠিলে হাতীৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা কম, কাৰণ হাতীয়ে গছ ভাঙি পেলাব পাৰে।

৬. যদি আপুনি মানুহৰ গোটৰ সৈতে আছে, তেন্তে একেলগে থাকক। গোটটোৱে হাতীৰ মনোযোগ বিভ্ৰান্ত কৰিব পাৰে।

৭. যদি আপুনি হাতীৰ অঞ্চলত থাকে, তেন্তে স্থানীয় লোকৰ পৰামৰ্শ শুনক, কিয়নো তেওঁলোকে এনে পৰিস্থিতিৰ সৈতে অধিক পৰিচিত।মনত ৰাখিব, হাতী সাধাৰণতে শান্তিপ্ৰিয় প্ৰাণী, কিন্তু ভয় বা হুমকি অনুভৱ কৰিলে আক্ৰমণ কৰিব পাৰে। যদি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেন্তে স্থানীয় বন বিভাগ বা বিশেষজ্ঞৰ সহায় লোৱাটোৱেই উত্তম।

Recent News

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd