• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাগুনৰ এই ধূলিয়ৰি দিনকেইটাত ছালৰ যত্ন কেনেকৈ ল’ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 7:03 am
443
VIEWS
Share on FacebookShare on Twitter

 ফেব্ৰুৱাৰী-মাৰ্চ মাহত বতৰ শুকান অতি শুকান হৈ পৰে। যাৰ ফলত ছালৰ না না সমস্যাই দেখা দিয়ে। গতিকে এইকেইটা দিনত ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হয়। এই সময়ত ছাল ৰুক্ষ, নিষ্প্ৰাণ আৰু সংবেদনশীল হ’ব পাৰে। সেয়ে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এই দিনকেইটাত ছালৰ যত্ন লোৱাৰ কেইটামান উপায় –

১. শুকান বতৰত ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ দিনত দুবাৰকৈ মইচ্চাৰাইজিং কৰক। গ্লিচেৰিন, হায়ালুৰনিক এচিড বা শিয়াবাটাৰৰ দৰে উপাদান থকা মইচ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে।

২. যথেষ্ট পৰিমাণে পানী খোৱাটো নিশ্চিত কৰক যাতে ছাল সজীৱ হৈ থাকে।

৩. এইকেইটা দিনত সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে ছালৰ ক্ষতি কৰিব পাৰে। গতিকে বাহিৰলৈ ওলাওঁতে চানস্ক্ৰীন লগাব লাগে।

৪. ৰ’দ আৰু ধূলিৰ পৰা ৰক্ষা পাবলৈ স্কাৰ্ফ, মাস্ক আদি ব্যৱহাৰ কৰক।

৫. শুকান ছালৰ পৰা মৃত কোষ আঁতৰাবলৈ সপ্তাহত এদিন বা দুদিন মৃদু এক্সফলিয়েটৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

৬. এইকেইটা দিনত গা ধুবলৈ পৰাপক্ষত গৰম পানী ব্যৱহাৰ নকৰিব। গৰম পানীয়ে ছালৰ পৰা প্ৰাকৃতিক তেল আঁতৰাই পেলায়, যাৰ ফলত ছাল শুকান হ’ব পাৰে।

৭. ছালৰ স্বাস্থ্য ৰক্ষাৰ বাবে ওমেগা-৩ ফেটি এচিড যুক্ত খাদ্য যেনে মাছ, বাদাম আদি খাওক।

৮. ওঁঠ শুকান আৰু ফাটি যোৱাৰ পৰা ৰক্ষা পাবলৈ নিয়মিতভাৱে লিপ বাম বা পেট্ৰোলিয়াম জেলি ব্যৱহাৰ কৰক।

৯.   ধূমপান আৰু মদ্যপানে ছালৰ ক্ষতি কৰে আৰু ছালৰ উজ্জ্বলতা হ্ৰাস কৰে। গতিকে মদ্যপান আৰু ধূমপান ত্যাগ কৰক।

Recent News

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd