• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইমাত্ৰ অহা খবৰ: সোণাপুৰৰ টোলগেটত জব্দ ১৪ কোটি টকাৰ নিচাযুক্ত মৰফিন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 19, 2022 7:23 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

198
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে যোৱা নিশা সোণাপুৰৰ নাজিৰাখাট টোলগেটত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।

নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰ’ই অভিযান চলাই দুখন বাহনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মৰফিন।

জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

এ এছ ০১-ইভি ৮৪৯৩ আৰু এ এছ ০৩ এইছ ৩১৯১ নম্বৰৰ বাহন দুখনেৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে লৈ অহা হৈছিল নিচাযুক্ত মৰফিন খিনি।

ঘটনা সন্দৰ্ভত নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰ’ই তিনিজন লোকক আটক কৰি গুৱাহাটী মহানগৰীৰ চচলত থকা বিভাগটোৰ কাৰ্যালয়ত জেৰা আৰম্ভ কৰিছে।

অসমত ইমান বেছি পৰিমাণৰ মৰফিন জব্দৰ এয়াই প্ৰথম ঘটনা হিচাবে বিবেচিত হৈছে।

Recent News

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ! ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত সংসদীয় আলোচনাৰ দাবী

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ! ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত সংসদীয় আলোচনাৰ দাবী

অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ

অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd