• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা মানৱ অধিকাৰ কৰ্মী গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2021 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধবিশ্বাস তথা আন্ধাৰ বিনাশী উদ্দীপ্ত সূৰুযৰ আভাৰ পৰসেৰে মানৱ জীৱনলৈ কঢ়িয়াই আনে আশাৰ সঞ্চাৰৰ লগতে অফুৰন্ত শক্তি। কঢ়িয়াই আনে প্ৰাচুৰ্যৰে ভৰা এক সম্ভাৱনা আৰু উত্তৰণ।

এই বিশ্বত দেশ আৰু সমাজৰ বাবে একাংশ লোকে কাম কৰি আহিছে আৰু তেওঁলোকৰ ভিতৰত এই দিশত ব্যক্তিগত জীৱনৰ বহু আকাংক্ষা আৰু ৰাজকীয় উচ্চাকাংক্ষা ত্যাগ কৰি বহুতো ঘাট প্ৰতিঘাত অভাৱ অনাটনৰ মাজেৰে দেশ,সমাজ আৰু মানৱ জাতিৰ কল্যাণৰ হেতু দীৰ্ঘদিনে সংগ্ৰাম অব্যাহত ৰাখি সমাজ সেৱা আগবঢ়াই অহা লোকৰ সংখ্যা তেনেই নগন্য।

দেশ তথা বিশ্বৰ এই নগন্য ব্যক্তি সকলৰ ভিতৰত অন্যতম হল অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়া।

দুটা দশক ধৰি সামাজিক কৰ্মৰে শান্তি, মানৱতা আৰু মানৱধিকাৰৰ হকে দীৰ্ঘদিনীয়া সংগ্ৰামৰে নিৰলসভাৱে সেৱা আগবঢ়াই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ লগতে দেশৰ নাম উজলাবলৈ সক্ষম হোৱা অসমৰ ডঃ দিব্যজ্যোতি শইকীয়াই বিগত সময়চোৱাত অসম, দেশ তথা মানৱ জাতিৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্য ৭০ তাতকৈ অধিক বঁটা, সন্মান উপাধি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দুটা দশক জুৰি সেৱা আগবঢ়াই অহা ডঃ দিব্যজ্যোতি শইকীয়াই বিগত ২০২০ বৰ্ষত ক’ৰনা মহামাৰী কালত অসমৰ উপৰি দেশৰ বিভিন্ন লোকক ভিন্ন প্ৰকাৰে সহায় কৰাৰ লগতে সাধাৰণ লোকক নিৰ্ভয় প্ৰদানৰ উপৰি ৰেদিঅ,দূৰদৰ্শন, ব্যক্তিগত ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেৰে অন্ধবিশ্বাস আৰু উৰাবাতৰিৰ বিৰুদ্ধে তথা সুস্থ বাতাবৰণৰ হেতু বিশ্লেণাত্মক আৰু প্ৰেৰণাত্মক বার্তাৰে মানৱ জাতিক উদ্দেশ্যে কৰি আগবঢ়োৱা সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰায় ২৫ টা সংগঠন তথা সংস্থাই ক’ৰনা যোদ্ধা সন্মানেৰে সন্মানিত কৰাৰ লগতে বিগত ২০২০বৰ্ষত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হোৱা মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াক আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কার্যলয় অৱস্থিত বিশ্ব সংবিধান সংসদ সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আন্তঃৰাষ্ট্ৰীয় সদস্য পদ প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন “Brothers” ৰ সচিব প্ৰধান, টীম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰ ৰাষ্ট্ৰীয় সদস্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, শান্তিৰ বাৰ্তা বাহক ডঃ দিব্যজ্যোতি শইকীয়াই অনাগত দিনত মানৱ অধিকাৰ তথা সামাজিক কৰ্মৰ উপৰি নৱপ্ৰজন্মৰ অধিক উন্নয়নৰ নিমিত্তে কৃষি, খেল, প্রকৃত জীৱনভিত্তিক গুণগত শিক্ষাৰ বাবে অধিক দায়বদ্ধতাৰে কাম কৰি যাব বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd