• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা; মানব অধিকাৰ আয়োগৰ কাষ চাপিব দিব্যজ্যোতি শইকীয়া

প্ৰসংগ CAA : মানৱাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে মানৱ অধিকাৰ উলংঘন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 15, 2019 11:13 am
887ed59a-2d10-40b9-ada1-8caa48927ebe

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওতে আৰক্ষীৰ গুলীত নিহত হৈছিল নাবালক চেম ষ্টেফাৰ্ড। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে শীঘ্ৰেই মানব অধিকাৰ আয়োগৰ কাষ চাপিব মানব অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

ইতিমধ্যে বৰাই আয়োগৰ কাষ চপাৰ বাবে প্রস্তুতি চলাই আছে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে।

শইকীয়াৰ মতে মহানগৰীৰ হাতীগাওঁৰ চেম ষ্টেফৰ্ডক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাটো একপ্ৰকাৰৰ মানৱাধিকাৰ উলংঘন।

‘’কাৰফিউত ফায়াৰিং কৰিব পাৰে। কিন্তু ল’ৰাটো খুব কম বয়সৰ, ১৬ বছৰত ভৰি দিছিল। ৰাস্তাত আহি থাকোতে গুলি চালনা কৰিছে, সাধাৰণতে শূণ্যলৈ গুলিচালনা কৰিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু ছাত্ৰজনৰ পেটত গুলি লাগিছে, ডিঙিৰে গুলি সোমাই মূৰেদি ওলাই গৈছে এইটো এটা মানৱাধিকাৰ উলংঘন কৰা কাৰ্য্য। এইধৰণৰ কামে সমস্যা কেতিয়াও সমাধান নকৰে। গতিকে এজন মানৱ অধিকাৰ কৰ্মী হিচাপে যাৱতীয়খিনি কৰিম,’’- আমাৰ সাংবাদিকৰ আগত এইদৰে কয় শইকীয়াই।

তাৎপয্যপূৰ্ণভাৱে চৰকাৰী পক্ষই এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি সন্দেহ প্ৰকাশ কৰি শইকীয়াই কয়,‘’কাৰফিউ দিবলগীয়া পৰিস্থিতি চৰকাৰে নিজে সৃষ্টি কৰা বুলি বিভিন্ন সুত্ৰৰ পৰা গম পাইছো। ৰাস্তাইদি গৈ থকা অৱস্থাত কমবয়সীয়া অৰ্থাৎ নাৱালকক গুলিয়াই হত্যা কৰাটো আইন উলংঘন হৈছে। গতিকে এগৰাকী মানৱাধিকাৰ কৰ্মী হিচাপে মানৱ অধিকাৰ আয়োগ বা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাক আপত্তি দৰ্শাই আবেদন কৰিম।‘’

ইপিনে, নাগৰিকত্ব আইন সংশোধন কৰি চৰকাৰে মানৱ অধিকাৰ সুৰক্ষাৰ নামত উলংঘন কৰা বুলিহে দাবী কৰে শইকীয়াই।

শইকীয়াই কয়, ‘’কোনো দেশ বা ৰাজ্যৰ নাগৰিক বিপদত পৰিলে সেই নাগৰিকক মানৱতাৰ খাতিৰত সুৰক্ষা দিব পাৰে। কিন্তু যিখন নাগৰিকত্ব(সংশোধন) আইন হৈছে সেইখনত ধৰ্মৰ কথা উল্লেখ আছে। ধৰ্মৰ ওপৰত ভিত্তি কৰি হোৱা বাবে মানৱ অধিকাৰত ই নপৰিল।‘’

তেওঁ কয়,’’মানৱাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে ইয়াত মানৱ অধিকাৰ উলংঘনহে কৰা হ’ল। কিয়নো ইয়াত মূছলমান মানুহ অন্তৰ্ভুক্ত হোৱা নাই বা অন্য কিছুমান ধৰ্মও অন্তৰ্ভুক্ত হোৱা নাই। ই সম্পূৰ্ণ একপক্ষীয় হৈছে, গতিকে ই সাধাৰণতে আইন উলংঘন কৰিছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd