• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা; মানব অধিকাৰ আয়োগৰ কাষ চাপিব দিব্যজ্যোতি শইকীয়া

প্ৰসংগ CAA : মানৱাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে মানৱ অধিকাৰ উলংঘন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 15, 2019 11:13 am
887ed59a-2d10-40b9-ada1-8caa48927ebe

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওতে আৰক্ষীৰ গুলীত নিহত হৈছিল নাবালক চেম ষ্টেফাৰ্ড। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে শীঘ্ৰেই মানব অধিকাৰ আয়োগৰ কাষ চাপিব মানব অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

ইতিমধ্যে বৰাই আয়োগৰ কাষ চপাৰ বাবে প্রস্তুতি চলাই আছে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে।

Apply Now

শইকীয়াৰ মতে মহানগৰীৰ হাতীগাওঁৰ চেম ষ্টেফৰ্ডক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাটো একপ্ৰকাৰৰ মানৱাধিকাৰ উলংঘন।

‘’কাৰফিউত ফায়াৰিং কৰিব পাৰে। কিন্তু ল’ৰাটো খুব কম বয়সৰ, ১৬ বছৰত ভৰি দিছিল। ৰাস্তাত আহি থাকোতে গুলি চালনা কৰিছে, সাধাৰণতে শূণ্যলৈ গুলিচালনা কৰিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু ছাত্ৰজনৰ পেটত গুলি লাগিছে, ডিঙিৰে গুলি সোমাই মূৰেদি ওলাই গৈছে এইটো এটা মানৱাধিকাৰ উলংঘন কৰা কাৰ্য্য। এইধৰণৰ কামে সমস্যা কেতিয়াও সমাধান নকৰে। গতিকে এজন মানৱ অধিকাৰ কৰ্মী হিচাপে যাৱতীয়খিনি কৰিম,’’- আমাৰ সাংবাদিকৰ আগত এইদৰে কয় শইকীয়াই।

তাৎপয্যপূৰ্ণভাৱে চৰকাৰী পক্ষই এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি সন্দেহ প্ৰকাশ কৰি শইকীয়াই কয়,‘’কাৰফিউ দিবলগীয়া পৰিস্থিতি চৰকাৰে নিজে সৃষ্টি কৰা বুলি বিভিন্ন সুত্ৰৰ পৰা গম পাইছো। ৰাস্তাইদি গৈ থকা অৱস্থাত কমবয়সীয়া অৰ্থাৎ নাৱালকক গুলিয়াই হত্যা কৰাটো আইন উলংঘন হৈছে। গতিকে এগৰাকী মানৱাধিকাৰ কৰ্মী হিচাপে মানৱ অধিকাৰ আয়োগ বা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাক আপত্তি দৰ্শাই আবেদন কৰিম।‘’

ইপিনে, নাগৰিকত্ব আইন সংশোধন কৰি চৰকাৰে মানৱ অধিকাৰ সুৰক্ষাৰ নামত উলংঘন কৰা বুলিহে দাবী কৰে শইকীয়াই।

শইকীয়াই কয়, ‘’কোনো দেশ বা ৰাজ্যৰ নাগৰিক বিপদত পৰিলে সেই নাগৰিকক মানৱতাৰ খাতিৰত সুৰক্ষা দিব পাৰে। কিন্তু যিখন নাগৰিকত্ব(সংশোধন) আইন হৈছে সেইখনত ধৰ্মৰ কথা উল্লেখ আছে। ধৰ্মৰ ওপৰত ভিত্তি কৰি হোৱা বাবে মানৱ অধিকাৰত ই নপৰিল।‘’

তেওঁ কয়,’’মানৱাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে ইয়াত মানৱ অধিকাৰ উলংঘনহে কৰা হ’ল। কিয়নো ইয়াত মূছলমান মানুহ অন্তৰ্ভুক্ত হোৱা নাই বা অন্য কিছুমান ধৰ্মও অন্তৰ্ভুক্ত হোৱা নাই। ই সম্পূৰ্ণ একপক্ষীয় হৈছে, গতিকে ই সাধাৰণতে আইন উলংঘন কৰিছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd