• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহৰ উৎপত্তি হৈছিল মংগল গ্ৰহত! কিন্তু কিয় পৃথিৱীলৈ গুচি আহিব লগা হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 3:46 pm
4.1k
VIEWS
Share on FacebookShare on Twitter

মংগল গ্ৰহত বাস কৰিছিল মানুহে মানুহে?

শেহতীয়াকৈ এটা টিকটক ভিডিঅ’ই ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

আমেৰিকাৰ সংবাদপত্ৰ ‘দ্যা নিউজউইক’ত প্ৰকাশিত এটা বাতৰি অনুযায়ী ভিডিঅ’টোত কোৱা হৈছে যে এসময়ত মানুহে গ্ৰহটোত বাস কৰিছিল।

কিন্তু এখন পৰমাণৱিক যুদ্ধৰ ফলত গ্ৰহটো বাসস্থানৰ অনুপযোগী হৈ পৰে।

তদুপৰি গ্ৰহটোৰ ৰং ৰঙা হোৱাৰ মূলতে হ’ল এই পৰমাণৱিক যুদ্ধ।

‘crackheadjoedirt’ নামৰ এজন টিকটকাৰে বনোৱা এই কনস্পাইৰেচী থিয়’ৰী ভিডিঅ’টোৱে সোমবাৰলৈকে ২৩০,০০০ টা লাইক আৰু ১০,০০০বাৰ শ্বেয়াৰ হৈছে।

টিকটক ভিডিঅ’টোত আৰু কোৱা হৈছে যে গ্ৰহটো এসময় প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আছিল।

পৰমাণৱিক যুদ্ধৰ ফলত উৎপন্ন হোৱা ধোঁৱা-ছাঁঁই ইমানেই গাঢ় আছিল যে এই ধোঁৱা-ছাঁইসমূহ ভেদ কৰি সূৰ্যৰ পোহৰো গ্ৰহটোত পৰিব নোৱাৰা হ’ল- ভিডিঅ’টোত কোৱা হৈছে।

ভিডিঅ’টোত আৰু কোৱা হৈছে মানুহৰ উৎপত্তিস্থল আচলতে মংগল গ্ৰহ আৰু পৰমাণৱিক যুদ্ধৰে গ্ৰহটোৰ সকলো প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ পাছত মানুহ পৃথিৱীলৈ আহে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd