• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীক হাতুৰীৰে প্ৰহাৰ কৰি হত্যা স্বামীৰ! পিতৃক আৰক্ষীৰ হাতত গতাই দিলে পুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 3:01 pm
অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীক হাতুৰীৰে প্ৰহাৰ কৰি হত্যা স্বামীৰ! পিতৃক আৰক্ষীৰ হাতত গতাই দিলে পুত্ৰই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নয়ডাত এজন লোকে পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহ কৰি হাতুৰীৰে হত্যা কৰে এগৰাকী মহিলাক।যাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

শুকুৰবাৰে নয়ডাৰ ১৫ নং ছেক্টৰত সংঘটিত হয় এই ঘটনা। মৃত যুৱকজনৰ নাম আছমা খান (৪২)। জানিব পৰা মতে, তেওঁৰ স্বামী নুৰুল্লাহ হাইদৰ (৫৫) সন্দেহবাদী আছিল। এই বিষয়ে তেওঁলোকৰ মাজত প্ৰায়ে সমস্যা হৈছিল। শুকুৰবাৰে তেওঁলোকৰ মাজত তীব্ৰ কাজিয়া হৈছিল, এই সময়ত নুৰুল্লাই হাতুৰী লৈ আছমাৰ মূৰত খুন্দিওৱাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।

এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ফৰেনছিক দল এটাও উপস্থিত হয় অঞ্চলটোত। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, মৃত আছমা পেছাত এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰ আছিল। তেওঁ নয়ডাৰ ছেক্টৰ ৬২ৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। ইয়াৰ পূৰ্বে তেওঁ দিল্লীত বাস কৰিছিল। তেওঁ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। অভিযুক্ত নুৰুল্লাহ হাইদৰ বিহাৰৰ বাসিন্দা। তেওঁ অভিযন্তাও, কিন্তু বৰ্তমান নিবনুৱা।

২০০৫ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীহালৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। পুত্ৰই এতিয়া ইঞ্জিনিয়াৰিং পঢ়ি আছে, আৰু ছোৱালীজনী অষ্টম শ্ৰেণীত পঢ়ি আছে। ঘটনাৰ সময়ত তেওঁলোকৰ সন্তান দুটা ঘৰত আছিল। ল’ৰাজনেই প্ৰথমে পুলিচক ফোন কৰি বিষয়টো খবৰ দিয়ে।

সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। চুবুৰীয়া আৰু আত্মীয়ৰ লগত কথা পাতি সকলো জানিবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

September 3, 2025 2:51 pm
২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

September 3, 2025 2:47 pm
অসমীয়াক ইজৰাইলৰ পৰা আচলতে কি শিকিবলৈ ক’লে হিমন্ত বিশ্বই! বিজ্ঞান-প্ৰযুক্তি নে বৰ্বৰতা?

CAA-ৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৩ জন বিদেশীয়েঃ হিমন্ত বিশ্ব শৰ্মা

September 3, 2025 2:24 pm
CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

September 3, 2025 2:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

September 3, 2025 2:51 pm
২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

September 3, 2025 2:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd