• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰিয়ংকা কাণ্ড : ধৰ্ষণৰ সময়ত চিকিৎসকগৰাকীৰ মুখত সোপা দিছিল আৰিফে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2019 12:32 pm
priyanka_reddy_
3.9k
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তেলেংগানাৰ ৰাজধানী হাইদৰাবাদৰ চিকিৎসক যুৱতীৰ সৈতে সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাটোৰ কিছু নতুন তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ অনুসন্ধানত জানিব পৰা গৈছে যে জঘন্য ঘটনাটো সংঘটিত হোৱাৰ সময়ত যুৱতী গৰাকীয়ে যাতে সহায়ৰ বাবে চিঞৰিব নোৱাৰে তাৰ বাবে মহম্মদ আৰিফ নামৰ অপৰাধীজনে চিকিৎসকগৰাকীৰ মুখত জোৰকৈ সোপা দি ধৰিছিল।

চিকিৎসক যুৱতী গৰাকীক বহু সময় ধৰি মুখত সোপা দি ৰখাৰ বাবেই মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি  হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত টোল প্লাজাত পাৰ্ক কৰি ৰখা চিকিৎসক গৰাকীৰ দুচকীয়া বাহনখনৰ চকাটোও এই দুৰ্বৃত্ত কেইজনেই ফুটাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

এই ধৰ্ষণ তথা হত্যাৰ ঘটনাটোৰ সৈতে জড়িত থকা চাৰিজন অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অপৰাধী কেইজনক ক্ৰমে মহম্মদ আৰিফ, নবীন, চিন্তাকুন্তা কেশাবুলু আৰু শিবা বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে যোৱা বুধবাৰে নিশা হাইদৰাবাদ চহৰৰ সমীপত ২৬ বছৰীয়া পশু-চিকিৎসক প্ৰয়িংকা ৰেড্ডীক এই কেইজন দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত গাত জুই লগাই অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

পিছত চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহ বৃহস্পতিবাৰে পুৱা এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd