• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বানপীড়িতৰ অৰ্থে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙণি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 9:12 pm
Hyundai India flood relief

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

দুৰ্গত সকলৰ সহায়ৰ বাবে উৎসৰ্গিত মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আজি ৰাজ্যখনৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান, নাগৰিকে বৰঙণি আগবঢ়ায়। ইয়াৰ ভিতৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে ১ কোটি টকাৰ বৰঙণিৰ চেক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে।

ইয়াৰ উপৰি মীন উন্নয়ন নিগমে ১০ লাখ টকা, দুলীয়াজান-নুমলীগড় পাইপলাইন লিমিটেডে ১০ লাখ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে ২ লাখ ১৯ হাজাৰ টকা বৰঙণি হিচাপে আগবঢ়াইছে।

তদুপৰি, অন্যান্য কিছু সংখ্যক প্ৰতিষ্ঠান আৰু ব্যক্তিয়েও এই সাহায্য পুঁজিলৈ আজি বৰঙণি আগবঢ়াইছে। সেই সমূহৰ ভিতৰত বিধায়কদ্বয়ক্ৰমে বিনন্দ কুমাৰ শইকীয়া আৰু কুশল দুৱৰী, নেচাৰেল টি প্ৰডাকচ, লুইট টি কোম্পানী প্ৰাইভেট লিমিটেড, গ্ৰীণ ফিল্ড ক্ৰপছ প্ৰাইভেট লিমিটেড, টনয় টি, চাই উদ্যোগৰ এম ডি, উৎপলাক্সি এগ্ৰ’ প্ৰডাক্ট প্ৰাইভেট লিমিটেড, চেক্টৰ-২ ষ্টাফ ইনষ্টিটিউট নুনমাটি, ট্যুৰ অপাৰেটৰ এছচিয়েশ্যন অৱ আসাম, আৰতি এগ্ৰ’ প্ৰাইভেট লিমিটেড, বিটানি টি এণ্ড ইণ্ডাষ্ট্ৰিজ, লক্ষ্মী টি প্ৰচেচ’ৰ্চ কোম্পানী প্ৰাইভেট লিমিটেড, ৰাধা কোম্পানী আদিয়ে বৰঙণি আগবঢ়াইছে।

তাৰোপৰি, লালগবাগান টি, কনচেপ্ত জুনিয়ৰ কলেজ, অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সংস্থা, মাখিবাহা গ্ৰামোন্নয়ন সমিতি, দুৰ্গা টি কোম্পানী, সঞ্জীব টি ইণ্ডাট্ৰিজ প্ৰাইভেট লিমিটেড আৰু অন্যান্য এই সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।

 

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd