• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‎“ময়েই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ” : ঘোষণা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2025 7:00 am
538
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ বুলি অভিহিত কৰিছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ‎ৰনাল্ডোৱে।

লগতে তেওঁ মেছি, মাৰাডোনা আৰু পেলেৰ সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ কৰিছে।

কাইলৈ ৫ ফেব্ৰুৱাৰীত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ জন্মদিন। ইয়াৰ পূৰ্বে পৰ্তুগীজ তাৰকাগৰাকীয়ে নিজকে ‎শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ ফুটবলাৰ বুলি দাবী কৰিছে। ‎

এটা সাক্ষাৎকাৰত তেওঁ কয়, ‘মানুহে মেছি, পেলে আৰু মাৰাডোনাক শ্ৰেষ্ঠ বুলি গণ্য কৰিব পাৰে। ‎সেইটোক মই সন্মান কৰো। কিন্তু ময়েই ফুটবলৰ ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰ।”‎

লগতে তেওঁ কয় যে মই এজন সম্পূৰ্ণ ফুটবলাৰ। মই মোতকৈ ভাল কাকো দেখা নাই। এই বয়সত ‎মই এতিয়াও গ’ল দি আছোঁ। কেৱল মোৰ পৰিসংখ্যা চালেই স্পষ্ট হৈ পৰিব।

ৰোনাল্ডোৱে মেছিৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়। তেওঁ কয় – মেছিৰ সৈতে মোৰ ‎কেতিয়াও সম্পৰ্ক বেয়া হোৱা নাই। আমি ১৫ বছৰ ধৰি একেলগে খেলি আছোঁ। তেওঁ নিজৰ ক্লাবটো ‎ৰক্ষা কৰিছিলোঁ আৰু মই মোৰ ক্লাবটো ৰক্ষা কৰিছিলোঁ। নিজৰ জাতীয় দলৰ বাবে মেছি আৰু মই ‎একে কৰ্তব্য পালন কৰিছো। ‎

ফুটবল কেৰিয়াৰত ১০০০টা গ’ল দিয়াৰ বাবেও আশাবাদী ৰোনাল্ডো। তেওঁ কয় যে যদি মই ‎এহেজাৰ গ’ল দিব পাৰো তেন্তে বৰ ভাল হ’ব। কিন্তু সেইবোৰ কথা এতিয়া বেছিকৈ ভাবিবলৈ মন ‎যোৱা নাই।

Recent News

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd