• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“গো মাংস ভক্ষণ কৰাত বিজেপিৰ কোনো আপত্তি নাই”: চৰ্চাত বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2023 6:53 pm
Meghalaya BJP chief on beef
206
VIEWS
Share on FacebookShare on Twitter

সততে হিন্দুত্ববাদী এজেণ্ডা প্ৰচাৰ কৰা দল হিচাপে খ্যাত বিজেপিৰ সপক্ষে ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেঘালয়ৰ খ্ৰীষ্টান ভোটাৰক প্ৰলোভিত কৰাৰ প্ৰয়াসত দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মন্তব্য।

মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাউৰীয়ে কয় যে তেওঁ যদিও গেৰুৱা দলটোৰ সদস্য, তথাপিও তেওঁৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত দল কেতিয়াও বাধা হৈ পৰা নাই। তেওঁ কয় যে গো মাংস ভক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁক বিজেপি দলে কেতিয়াও বাধা প্ৰদান কৰা নাই।

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত মাউৰীয়ে কয় যে কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা কোনো গীৰ্জাৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ হোৱা নাই আৰু দলটোৱে গো-মাংস খোৱাৰ ক্ষেত্ৰত কোনো বাধা আৰোপ নকৰে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মাউৰীয়ে কয় যে প্ৰধানকৈ খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা মেঘালয়ৰ খিলঞ্জীয়া লোকসকলে গো-মাংস নিষেধাজ্ঞা, নাগৰিকত্ব সংশোধনী আইন আৰু অন্যান্য বিষয়ত বিজেপিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সদায় সাজু।

মাউৰীয়ে লগতে বিজেপিয়ে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি আস্থা প্ৰকাশ কৰে। “মই আপোনালোকক আশ্বাস দিছো যে এইবাৰ মেঘালয়ৰ জনসাধাৰণ বিজেপিৰ লগত আছে। সেয়া আপোনালোকে ২ মাৰ্চত দেখা পাব।”– তেওঁ কয়।

“এইবাৰ ৰাজ্যৰ সম্পূৰ্ণ ৬০ খন আসনৰ বাবেই আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। আমি ভাল ফল আশা কৰিছো। দুৰ্নীতিত নিমজ্জিত নোহোৱা এই দলকেই মেঘালয়ৰ জনসাধাৰণে পুনৰ নিৰ্বাচিত কৰিব।”— আত্মবিশ্বাসী মাউৰীয়ে লগতে কয়।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd