• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহায়ৰ বাবে বহুত চিঞৰিলোঁ, কোনো আগবাঢ়ি নাহিল : বেংগালুৰুৰ ৰাজপথত যুৱতীৰ শালীনতা হানিৰ চেষ্টা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 8:17 am
1.4k
VIEWS
Share on FacebookShare on Twitter

তেতিয়া নিশা প্ৰায় ১২ বাজিছিল । স্থান বেংগালুৰুৰ আই টি পাৰ্কৰ ৰাজপথ। এগৰাকী যুৱতীৰ শালিনতা হানিৰ চেষ্টা বাইক আৰোহীৰ। সহায়ৰ বাবে বাৰে বাৰে চিৎকাৰ কৰাৰ পিছতো আগবাঢ়ি নাহিল কোনো প্ৰতক্ষদৰ্শী।

ভুক্তভোগীৰ বিৱৰণ অনুসৰি বেংগালুৰুৰ ৰাজপথত নিশা তেওঁ খোজা কাঢ়ি গৈ থকাৰ অৱস্থাত এখন বাইকে তেওঁক পিছফালৰ পৰা খুন্দা মাৰে। যদিও প্ৰথমতে তেওঁ চক খাইছিল, তথাপিও তেওঁ ভাবিছিল যে এয়া কেৱল এটা দুৰ্ঘটনা। কিন্তু তাৰ পিছতে বাইকখনে আকৌ এটা খুন্দা মাৰিলে। তেতিয়াহে তেওঁ গম পালে যে অভিযুক্তই ইচ্ছাকৃতভাৱে কামটো কৰি আছে।  তাৰ পাছত বাইকখনে ইউ টাৰ্ণ লৈ তীব্ৰ বেগেৰে তেওঁৰ ফালে উভতি অহা দেখিলে।

এই তিক্ত অভিজ্ঞতাৰ কথা কওঁতে যুৱতীগৰাকীয়ে কয়, “মই চিঞৰিবলৈ ধৰিলোঁ। সেই অঞ্চলটোত সদায় মানুহৰ ভিৰ থাকে। কিন্তু কোনো আগবাঢ়ি নাহিল। মই সহায় বিচাৰিলোঁ, এজন অটো চালকক ৰখাবলৈ চেষ্টা কৰিলোঁ। কিন্তু কাৰো পৰা সঁহাৰি নাপালোঁ। এইটোৱেই আটাইতকৈ আচৰিত কথা।”

পিছত যুৱতীগৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। তেওঁ দাবী কৰে যে সহকাৰী আয়ুক্তই নিজেই বিষয়টো চাব বুলি কৈছে। কিন্তু ভিৰ কৰা ৰাস্তাটোত সন্মুখীন হোৱা বিপদৰ কথা ভাবিলেই তেওঁ এতিয়াও কঁপি উঠে।

তেওঁ কয়, “তদন্ত অব্যাহত আছে। আশা কৰিছো কিবা এটা ভাল হ’ব। অভিযুক্ত ধৰা পৰিব। আজি মোৰ লগত যি হৈছিল, তেওঁক শাস্তি প্ৰদান নকৰিলে আকৌ তেনে কাম কৰিব।”

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd